অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক। ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক। ইয়াৰ বেনাৰ মুকেশ খান্নাই তেওঁৰ ভীষ্ম ইণ্টাৰনেচনেলৰ দ্বাৰা প্ৰযোজনা কৰিছিল, যিয়ে ইয়াৰ আগত ১৯৯৭ চনৰ ভাৰতীৰ প্ৰথম টেলিভিচন ধাৰাবাহিক চুপাৰহিৰ’ শক্তিমানৰ চৰিত্ৰত অভিনয় কৰিছিল।১ ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।২

অভিনয়ত

অভিনয়তচৰিত্ৰটোকা
মুকেশ খান্নাৰাজকুমাৰ আৰ্যমান
কিৰণ কুমাৰমোহন হাচিন (আৰ্যমানৰ গুৰু)
শান্তিপ্ৰিয়াতেজী
মনজিৎ কুল্লাৰৰাণী নাচা
দ্বীপ ধিল্লোনৰজা দুৰ্দান
ৰেশ্মা মোদীৰাণী ৰচা
সুধীৰ মিট্টুৰজা জৰন্ত
দীপক যেথিমহাসম্ৰাট নৰক
মুৰলী শৰ্মাশুক্ৰান্ত
শালিনী আৰোৰাপাপ শক্তি ৰক্ষীন্দ্ৰা
তাৰাকেশ চৌহানৰজাৰ সন্তান
ব্ৰোৱনে পৰাশৰকুৰবক

সংগীত

শিৰোনামৰ গীতটো লক্ষ্মীকান্ত-প্যাৰেলালৰ প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মাই দিছিল। তেওঁৰ মতে, উদ্বোধনী থিমটোত (opening theme) ভাৰতীয় সুৰ আৰু পাশ্চাত্য সংগীতৰ মাজৰ এটা ভাৰসাম্য সংমিশ্ৰণ আছে।৩

সম্প্ৰচাৰ

নাটকৰ আৰম্ভণি ২০০২ চনৰ ১৪ জুলাইত ডি ডি নেশ্যনেলত হৈছিল। ২০০৬ চনৰ গ্ৰীষ্ম কালত ইয়াৰ খণ্ডসমূহ জেটিক্সত পুনঃ সম্প্ৰচাৰ কৰা হৈছিল।৪

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ PTI. (3 July 2002). Aryamaan to upstage Shaktimaan. The Times of India
  2. ↑ (25 July 2002). Movies: A lonesome melody. rediff.com
  3. ↑ Movies: Music composer Pyarelal returns. rediff.com
  4. ↑ (21 April 2006). The Walt Disney Company. Disney.in

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা” প্ৰবন্ধৰ সংশোধন ৩৮০০৪৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।