ৰিস্তা ডট কম (Rishta.com) হৈছে এখন হিন্দী ভাষাৰ ভাৰতীয় ধাৰাবাহিক যি প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয় চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনত ২০১০ বৰ্ষৰ ৩ জানুৱাৰীত। বিখ্যাত প্ৰযোজকবৃন্দ য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা প্ৰযোজিত এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হয় য়শ ৰাজ ফিল্মছৰ দূৰদৰ্শন শাখা ৱাই আৰ এফ টেলিভিজনৰ বেনাৰত। ৱাই আৰ এফ টেলিভিজনৰ প্ৰথম চাৰিখন ধাৰাবাহিকৰ ভিতৰত ই অন্যতম।
অভিনয় শিল্পী
- কৱি শাস্ত্ৰী
- শ্ৰুতি শেঠ
- কৱিন ডাৱে
- কিৰেন জোগী
বাহিৰা সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিস্তা ডট কম” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৫৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।