তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ নামৰ লগতে প্ৰত্যেকখন ৰাজ্যৰে প্ৰাথমিক তথ্যসমূহ দিয়া হৈছে:
তালিকা
- ৰাজ্যখনৰ নাম
- নামৰ উচ্চাৰণ আন্তৰাষ্ট্ৰীয় ধ্বনি বৰ্ণমালা (International Phonetic Alphabet, IPA) অনুসৰি দিয়া হৈছে (সহায়ৰ বাবে ইয়াত ক্লিক কৰক)
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক সেৱা (United States Postal Service, USPS) অনুসৰি ৰাজ্যসমূহৰ দুটা আখৰৰ সংক্ষিপ্তকৰণ১
(এই সংক্ষিপ্তকৰণ আন্তৰ্জাতিক মান সংস্থা (ISO)-ৰ Standard 3166-2 দেশৰ উপবিভাগৰ কোডতো ব্যৱহাৰ কৰা হয়)
- ৰাজ্যখনৰ আধিকাৰিক পতাকাৰ ছবি
- ৰাজ্যখনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদানৰ তাৰিখ
- মুঠ মাটিকালি (স্থলভাগ+জলভাগ); বৰ্গ মাইল আৰু বৰ্গ কিলোমিটাৰ, এই দুয়োটা এককতে দিয়া হৈছে
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনগণনা সংস্থাই প্ৰকাশ কৰা ২০১১ চনৰ ১ জুলাইত ৰাজ্যখনৰ অনুমানিক জনসংখ্যা২
- ৰাজ্যখনৰ ৰাজধানী
- ৰাজ্যখনৰ আটাইটকৈ জনবসতীপূৰ্ণ ঠাই (১ জুলাই ২০০৮ চনৰ তথ্য অনুসৰি)৩
- যুক্তৰাষ্ট্ৰত যোগদানৰ পূৰ্বে ৰাজ্যখনৰ স্থিতি
- ৰাজ্যখনৰ মুঠ আভ্যন্তৰীণ উৎপাদন (Gross Domestic Product, GDP), ২০১০ ৰ তথ্য মতে মিলিয়ন আমেৰিকান ডলাৰত
| +আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্য | নাম | IPA | USPS | পতাকা | যোগদান | মাটিকালি | জনসংখ্যা (২০১১) | ৰাজধানী | জনবহুল নগৰ | পূৰ্বৰ স্থিতি | GDP (মিলিয়ন $) |
| আলাবামা | AL | ১৪ ডিচেম্বৰ, ১৮১৯ | ৫২,৪১৯ বৰ্গ মাইল (১৩৫,৭৬৫ বৰ্গ কিমি) | ৪,৮০২,৭৪০ | মন্টগামৰি | বাৰ্মিংহাম | আলাবামা টেৰিটৰি | ১৭৪,৪০০ | |||
| আলাস্কা | AK | ৩ জানুৱাৰী, ১৯৫৯ | ৬৬৩,২৬৭ বৰ্গ মাইল (১,৭১৭,৮৫৪ বৰ্গ কিমি) | ৭২২,৭১৮ | জুনো | এঙ্কৰেজ | আলাস্কা টেৰিটৰি | ৪৫,৬০০ | |||
| আৰিজোনা | AZ | ১৪ ফেব্ৰুৱাৰী, ১৯১২ | ১১৩,৯৯৮ বৰ্গ মাইল (২৯৫,২৫৪ বৰ্গ কিমি) | ৬,৪৮২,৫০৫ | ফিনিক্স | ফিনিক্স | আৰিজোনা টেৰিটৰি | ২৬১,৩০০ | |||
| আৰকেনচাচ | AR | ১৫ জুন, ১৮৩৬ | ৫২,৮৯৭ বৰ্গ মাইল (১৩৭,০০২ বৰ্গ কিমি) | ২,৯৩৭,৯৭৯ | লিটল ৰক | লিটল ৰক | আৰকেনচাচ টেৰিটৰি | ১০৫,৮০০ | |||
| কেলিফৰ্ণিয়া | CA | ৯ চেপ্টেম্বৰ, ১৮৫০ | ১৬৩,৭০০ বৰ্গ মাইল (৪২৩,৯৭০ বৰ্গ কিমি) | ৩৭,৬৯১,৯১২ | চেক্ৰামেন্টো | লচ এঞ্জেলচ | মেক্সিকান চিচিয়নৰ পোনপটিয়াকৈ অন্তৰভূক্ত | ১,৯৩৬,৪০০ | |||
| কল’ৰাডো | CO | ১ আগষ্ট, ১৮৭৬ | ১০৪,১৮৫ বৰ্গ মাইল (২৬৯,৮৩৭ বৰ্গ কিমি) | ৫,১১৬,৭৯৬ | ডেনভাৰ | ডেনভাৰ | কল’ৰাডো টেৰিটৰি | ২৫৯,৭০০ | |||
| কানেকটিকাট | CT | ৯ জানুৱাৰী, ১৭৮৮ | ৫,৫৪৩ বৰ্গ মাইল (১৪,৩৫৬ বৰ্গ কিমি) | ৩,৫৮০,৭০৯ | হাৰ্টফৰ্ট | ব্ৰিডজপৰ্ট৪ | কানেকটিকাট কলনি, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ২৩৩,৪০০ | |||
| ডেলাৱেৰ | DE | ৭ ডিচেম্বৰ, ১৭৮৭ | ২,৪৯১ বৰ্গ মাইল (৬,৪৫২ বৰ্গ কিমি) | ৯০৭,১৩৫ | ডোভাৰ | উইলমিংটন | লৱাৰ কাউণ্টিচ অন ডেলাৱেৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৬২,৭০০ | |||
| ফ্লৰিডা | FL | ৩ মাৰ্চ, ১৮৪৫ | ৬৫,৭৫৫ বৰ্গ মাইল (১৭০,৩০৪ বৰ্গ কিমি) | ১৯,০৫৭,৫৪২ | টেলাহাচি | জেকচনভিল৫ | ফ্লৰিডা টেৰিটৰি | ৭৫৪,০০০ | |||
| জৰ্জিয়া | GA | ২ জানুৱাৰী, ১৭৮৮ | ৫৯,৪২৫ বৰ্গ মাইল (১৫৩,৯০৯ বৰ্গ কিমি) | ৯,৮১৫,২১০ | আটলান্টা | আটলান্টা | প্ৰভিঞ্চ অব জৰ্জিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪০৪,৬০০ | |||
| হাৱাই | HI | ২১ আগষ্ট, ১৯৫৯ | ১০,৯৩১ বৰ্গ মাইল (২৮,৩১১ বৰ্গ কিমি) | ১,৩৭৪,৮১০ | হনলুলু | হনলুলু | কিংডম অব হাৱাই, তাৰ পাছত আমেৰিকাৰ টেৰিটৰি অব হাৱাই | ৬৮,৯০০ | |||
| আইডাহো | ID | ৩ জুলাই, ১৮৯০ | ৮৩,৬৪২ বৰ্গ মাইল (২১৬,৬৩২ বৰ্গ কিমি) | ১,৫৮৪,৯৮৫ | বইচ | বইচ | আইডাহো টেৰিটৰি | ৫৪,৮০০ | |||
| ইলিনয়চ | IL | ৩ ডিচেম্বৰ, ১৮১৮ | ৫৪,৮২৬ বৰ্গ মাইল (১৪১,৯৯৮ বৰ্গ কিমি) | ১২,৮৬৯,২৫৭ | স্প্ৰিংফিল্ড | চিকাগো | ইলিনয়চ টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ৬৪৪,২০০ | |||
| ইণ্ডিয়ানা | IN | ১১ ডিচেম্বৰ, ১৮১৬ | ৩৬,৪১৮ বৰ্গ মাইল (৯৪,৩২১ বৰ্গ কিমি) | ৬,৫১৬,৯২২ | ইণ্ডিয়ানাপলিচ | ইণ্ডিয়ানাপলিচ | ইণ্ডিয়ানা টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ২৬৭,৬০০ | |||
| আইৱা | IA | ২৮ ডিচেম্বৰ, ১৮৪৬ | ৫৬,২৭২ বৰ্গ মাইল (১৪৫,৭৪৩ বৰ্গ কিমি) | ৩,০৬২,৩০৯ | ডেচ মইনেচ | ডেচ মইনেচ | আইৱা টেৰিটৰি | ১৪৭,২০০ | |||
| কেনচাচ | KS | ২৯ জানুৱাৰী, ১৮৬১ | ৮২,২৭৭ বৰ্গ মাইল (২১৩,০৯৬ বৰ্গ কিমি) | ২,৮৭১,২৩৮ | টপেকা | উইচিটা | কেনচাচ টেৰিটৰি | ১২৮,৫০০ | |||
| কেন্টাকি৬ | KY | ১ জুন, ১৭৯২ | ৪০,৪০৯ বৰ্গ মাইল (১০৪,৬৫৯ বৰ্গ কিমি) | ৪,৩৬৯,৩৫৬ | ফ্ৰেঙ্কফৰ্ট | লুইচভিল | ভাৰ্জিনিয়াৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ পূৰ্বে আছিল বৃহত্তৰ কেন্টাকি কাউণ্টি) | ১৬১,৪০০ | |||
| লুইচিয়ানা | LA | ৩০ এপ্ৰিল, ১৮১২ | ৫২,২৭১ বৰ্গ মাইল (১৩৫,৩৮২ বৰ্গ কিমি) | ৪,৫৭৪,৮৩৬ | বেটন ৰোগ | নিউ অৰলেনচ | টেৰিটৰি অব অৰলেনচ | ২১৩,৬০০ | |||
| মেইন | ME | ১৫ মাৰ্চ, ১৮২০ | ৩৫,৩৮৫ বৰ্গ মাইল (৯১,৬৪৬ বৰ্গ কিমি) | ১,৩২৮,১৮৮ | আগষ্টা | পৰ্টলেণ্ড | মাচাছুছিটাচৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ আগতে মেইন এখন জিলা আছিল) | ৫৩,২০০ | |||
| মেৰিলেণ্ড | MD | ২৮ এপ্ৰিল, ১৭৮৮ | ১২,৪০৭ বৰ্গ মাইল (৩২,১৩৩ বৰ্গ কিমি) | ৫,৮২৮,২৮৯ | এনাপলিচ | বাল্টিমোৰ৭ | প্ৰভিঞ্চ অব মেৰিলেণ্ড, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৩০০,০০০ | |||
| মাচাছুছিটাচ৬ | MA | ৬ ফেব্ৰুৱাৰী, ১৭৮৮ | ১০,৫৫৪ বৰ্গ মাইল (২৭,৩৩৬ বৰ্গ কিমি) | ৬,৫৮৭,৫৩৬ | বষ্টন | বষ্টন | প্ৰভিঞ্চ অব মাচাছুছিটাচ বে, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৩৭৭,৭০০ | |||
| মিছিগান | MI | ২৬ জানুৱাৰী, ১৮৩৭ | ৯৭,৯৯০ বৰ্গ মাইল (২৫৩,৭৯৩ বৰ্গ কিমি) | ৯,৮৭৬,১৮৭ | লেনচিং | ডিট্ৰইট | মিছিগান টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ৩৭২,৪০০ | |||
| মিনিচোটা | MN | ১১ মে, ১৮৫৮ | ৮৬,৯৪৩ বৰ্গ মাইল (২২৫,১৮১ বৰ্গ কিমি) | ৫,৩৪৪,৮৬১ | চেইন্ট পল | মিনিয়াপলিচ | মিনিচোটা টেৰিটৰি | ২৬৭,১০০ | |||
| মিছিছিপি | MS | ১০ ডিচেম্বৰ, ১৮১৭ | ৪৮,৪৩৪ বৰ্গ মাইল (১২৫,৪৪৩ বৰ্গ কিমি) | ২,৯৭৮,৫১২ | জেকচন | জেকচন | মিছিছিপি টেৰিটৰি, জৰ্জিয়াই আমেৰিকাক দান দিয়া মাটিত প্ৰতিষ্ঠিত | ৯৮,৯০০ | |||
| মিচৌৰি | MO | ১০ আগষ্ট, ১৮২১ | ৬৯,৭০৪ বৰ্গ মাইল (১৮০,৫৩৩ বৰ্গ কিমি) | ৬,০১০,৬৮৮ | জেফাৰচন চিটি | কেনচাচ চিটি৮ | মিচৌৰি টেৰিটৰি | ২৪৬,৭০০ | |||
| মন্টানা | MT | ৮ নবেম্বৰ, ১৮৮৯ | ১৪৭,১৬৫ বৰ্গ মাইল (৩৮১,১৫৬ বৰ্গ কিমি) | ৯৯৮,১৯৯ | হেলেনা | বিলিংগচ | মন্টানা টেৰিটৰি | ৩৭,২০০ | |||
| নাব্ৰাস্কা | NE | ১ মাৰ্চ, ১৮৬৭ | ৭৭,৪২০ বৰ্গ মাইল (২০০,৫২০ বৰ্গ কিমি) | ১,৮৪২,৬৪১ | লিংকন | অ’মাহা | নাব্ৰাস্কা টেৰিটৰি | ৮৯,৬০০ | |||
| নেভাডা | NV | ৩১ অক্টোবৰ, ১৮৬৪ | ১১০,৫৬৭ বৰ্গ মাইল (২৮৬,৩৬৭ বৰ্গ কিমি) | ২,৭২৩,৩২২ | কাৰ্লচন চিটি | লাচ ভেগাচ | নেভাডা টেৰিটৰি | ১২৭,৫০০ | |||
| নিউ হেম্পশায়াৰ | NH | ২১ জুন, ১৭৮৮ | ৯,৩৫০ বৰ্গ মাইল (২৪,২১৭ বৰ্গ কিমি) | ১,৩১৮,১৯৪ | কনকৰ্ড | মানচেষ্টাৰ৯ | প্ৰভিঞ্চ অব নিউ হেম্পশায়াৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৬১,৬০০ | |||
| নিউজাৰ্চী | NJ | ১৮ ডিচেম্বৰ, ১৭৮৭ | ৮,৭২৯ বৰ্গ মাইল (২২,৬০৮ বৰ্গ কিমি) | ৮,৮২১,১৫৫ | ট্ৰেণ্টন | নেৱাৰ্ক১০ | প্ৰভিঞ্চ অব নিউজাৰ্চী, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪৯৭,০০০ | |||
| নিউ মেক্সিকো | NM | ৬ জানুৱাৰী, ১৯১২ | ১২১,৬৯৭ বৰ্গ মাইল (৩১৫,১৯৪ বৰ্গ কিমি) | ২,০৮২,২২৪ | চান্টা ফে | আলবাকাৰ্কি | নিউ মেক্সিকো টেৰিটৰি | ৭৫,০০০ | |||
| নিউয়ৰ্ক মহানগৰ | NY | ২৬ জুলাই ১৭৮৮ | ৫৪,৫৫৬ বৰ্গ মাইল (১৪১,২৯৯ বৰ্গ কিমি) | ১৯,৪৬৫,১৯৭ | এলবানি | নিউয়ৰ্ক নগৰ১১ | প্ৰভিঞ্চ অব নিউয়ৰ্ক, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ১,১৫৬,৫০০ | |||
| নৰ্থ কেৰলাইনা | NC | ২১ নবেম্বৰ, ১৭৮৯ | ৫৩,৮৬৫ বৰ্গ মাইল (১৩৯,৫০৯ বৰ্গ কিমি) | ৯,৬৫৬,৪০১ | ৰিলেইঘ | চাৰ্লট | প্ৰভিঞ্চ অব নৰ্থ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪০৭,৪০০ | |||
| নৰ্থ ডকোটা | ND | ২ নবেম্বৰ, ১৮৮৯ | ৭০,৭৬২ বৰ্গ মাইল (১৮৩,২৭২ বৰ্গ কিমি) | ৬৮৩,৯৩২ | বিচমাৰ্ক | ফাৰ্গো | ডাকোটা টেৰিটৰি | ৩৩,৪০০ | |||
| অ’হাঅ’ | OH | ১ মাৰ্চ, ১৮০৩ | ৪৪,৮২৫ বৰ্গ মাইল (১১৬,০৯৬ বৰ্গ কিমি) | ১১,৫৪৪,৯৫১ | কলম্বাচ | কলম্বাচ১২ | নৰ্থৱেষ্ট টেৰিটৰি; পেনছিলভেনিয়া, ভাৰ্জিনিয়া আৰু নিউয়ৰ্কে আমেৰিকালৈ কৰা মাটি দান | ৪৮৩,৪০০ | |||
| অকল’হামা | OK | ১৬ নবেম্বৰ, ১৯০৭ | ৬৯,৯৬০ বৰ্গ মাইল (১৮১,১৯৫ বৰ্গ কিমি) | ৩,৭৯১,৫০৮ | অকল’হামা চিটি | অকল’হামা চিটি | অকল’হামা টেৰিটৰি আৰু ইণ্ডিয়ান টেৰিটৰি | ১৬০,৫০০ | |||
| অৰেগন | OR | ১৪ ফেব্ৰুৱাৰী, ১৮৫৯ | ৯৮,৪৬৬ বৰ্গ মাইল (২৫৫,০২৬ বৰ্গ কিমি) | ৩,৮৭১,৮৫৯ | চালেম | পৰ্টলেণ্ড | অৰেগন টেৰিটৰি | ১৬৮,৯০০ | |||
| পেনছিলভেনিয়া৬ | PA | ১২ ডিচেম্বৰ, ১৭৮৭ | ৪৬,০৫৫ বৰ্গ মাইল (১১৯,২৮৩ বৰ্গ কিমি) | ১২,৭৪২,৮৮৬ | হেৰিচবাৰ্গ | ফিলাডেলফিয়া | প্ৰভিঞ্চ অব পেনছিলভেনিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৫৭৫,৬০০ | |||
| ৰড আইলেণ্ড১৩ | RI | ১৯ মে, ১৭৯০ | ১,২১০ বৰ্গ মাইল (৩,১৪০ বৰ্গ কিমি) | ১,০৫১,৩০২ | প্ৰভিডেঞ্চ | প্ৰভিডেঞ্চ | কলনি অব ৰড আইলেণ্ড আৰু প্ৰভিডেঞ্চ প্লেন্টেচনচ্, তাৰ পাছত সাৰ্বভৌম ৰাজ্য | ৪৯,৫০০ | |||
| চাউথ কেৰলাইনা | SC | ২৩ মে, ১৭৮৮ | ৩২,০২০ বৰ্গ মাইল (৮২,৯৩১ বৰ্গ কিমি) | ৪,৬৭৯,২৩০ | কলম্বিয়া | কলম্বিয়া১৪ | প্ৰভিঞ্চ অব চাউথ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য | ১৬৪,৩০০ | |||
| চাউথ ডাকোটা | SD | ২ নবেম্বৰ, ১৮৮৯ | ৭৭,১৮৪ বৰ্গ মাইল (১৯৯,৯০৫ বৰ্গ কিমি) | ৮২৪,০৮২ | পিয়েৰ | চিওক্স ফলচ্ | ডাকোটা টেৰিটৰি | ৩৯,৯০০ | |||
| টেনেচি | TN | ১ জুন, ১৭৯৬ | ৪২,১৮১ বৰ্গ মাইল (১০৯,২৪৭ বৰ্গ কিমি) | ৬,৪০৩,৩৫৩ | নেচভিল | মেমফিচ১৫ | নৰ্থ কেৰলাইনাই আমেৰিকালৈ দান কৰা মাটিত প্ৰতিষ্ঠিত | ২৫০,৩০০ | |||
| টেক্সাচ | TX | ২৯ ডিচেম্বৰ, ১৮৪৫ | ২৬৮,৮২০ বৰ্গ মাইল (৬৯৬,২৪১ বৰ্গ কিমি) | ২৫,৬৭৪,৬৮১ | অষ্টিন | হিউষ্টন১৬ | ৰিপাব্লিক অব টেক্সাচ | ১,২০৭,৪৩২ | |||
| ইউটাহ | UT | ৪ জানুৱাৰী, ১৮৯৬ | ৮৪,৮৯৯ বৰ্গ মাইল (২১৯,৮৮৭ বৰ্গ কিমি) | ২,৮১৭,২২২ | চল্ট লেক চিটি | চল্ট লেক চিটি | ইউটাহ টেৰিটৰি | ১১৬,৯০০ | |||
| ভাৰমন্ট | VT | ৪ মাৰ্চ, ১৭৯১ | ৯,৬২৩ বৰ্গ মাইল (২৪,৯২৩ বৰ্গ কিমি) | ৬২৬,৪৩১ | মণ্টপেলিয়াৰ | বাৰ্লিংটন | প্ৰভিঞ্চ অব নিউয়ৰ্ক আৰু নিউ হেম্পশায়াৰ গ্ৰাণ্টচ্ (অধিনত্ব বিবদমান); ভাৰমন্ট ৰিপাব্লিক | ২৬,৪০০ | |||
| ভাৰ্জিনিয়া৬ | VA | ২৫ জুন, ১৭৮৮ | ৪২,৭৭৪ বৰ্গ মাইল (১১০,৭৮৫ বৰ্গ কিমি) | ৮,০৯৬,৬০৪ | ৰিচমণ্ড | ভাৰ্জিনিয়া বিচ্চ১৭ | কলনি অব ভাৰ্জিনিয়া, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য | ৪২৭,৭০০ | |||
| ৱাছিংটন | WA | ১১ নবেম্বৰ, ১৮৮৯ | ৭১,৩৬২ বৰ্গ মাইল (১৮৪,৮২৭ বৰ্গ কিমি) | ৬,৮৩০,০৩৮ | অলিম্পিয়া | ছিয়াটল | ৱাছিংটন টেৰিটৰি | ৩৫১,১০০ | |||
| ৱেষ্ট ভাৰ্জিনিয়া | WV | ২০ জুন, ১৮৬৩ | ২৪,২৩০ বৰ্গ মাইল (৬২,৭৫৫ বৰ্গ কিমি) | ১,৮৫৫,৩৬৪ | চাৰ্লচষ্টন | চাৰ্লচষ্টন | ভাৰ্জিনিয়াৰ পৰা অনুমতি অবিহনে পৃথক হয় | ৬৬,৬০০ | |||
| ৱিস্কঞ্চিন | WI | ২৯ মে, ১৮৪৮ | ৬৫,৪৯৮ বৰ্গ মাইল (১৬৯,৬৩৯ বৰ্গ কিমি) | ৫,৭১১,৭৬৭ | মেডিচন | মিলৱাকি | উইচকনচিন টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ২৫১,৪০০ | |||
| ৱায়মিং | WY | ১০ জুলাই, ১৮৯০ | ৯৮,৮১৮ বৰ্গ মাইল (২৫৩,৩৪৮ বৰ্গ কিমি) | ৫৬৮,১৫৮ | চেয়ান | চেয়ান | ৱায়মিং টেৰিটৰি | ৩৮,২০০ |
বহিঃসংযোগ
- Information about All States from UCB Libraries GovPubs
- State Resource Guides, from the Library of Congress
- Tables with areas, populations, densities and more (in order of population)
- Tables with areas, populations, densities and more (alphabetical)
- State and Territorial Governments on USA.gov
- StateMaster – statistical database for US States.
- U.S. States: Comparisons, rankings, demographics
তথ্যসূত্ৰ
- ↑ (1998). Official USPS Abbreviations. United States Postal Service
- ↑ (December 2011). Annual Estimates of the Resident Population for the United States, Regions, States, and Puerto Rico: April 1, 2010 to July 1, 2011. 2011 Population Estimates. United States Census Bureau, Population Division
- ↑ (2009-7-1). Resident Population Estimates of Incorporated Places Only: April 1, 2000 to July 1, 2008. 2008 Population Estimates. United States Census Bureau, Population Division}}
- ↑ The Hartford-West Hartford-Willimantic Combined Statistical Area is the most populous metropolitan area in Connecticut
- ↑ The Miami-Fort Lauderdale-Miami Beach Metropolitan Statistical Area is the most populous metropolitan area in Florida
- ↑ Officially called a 'Commonwealth'
- ↑ Baltimore City and the 12 Maryland counties of the Washington-Baltimore-Northern Virginia Combined Statistical Area form the most populous metropolitan region in Maryland
- ↑ The City of Saint Louis and the 8 Missouri counties of the St. Louis-St. Charles-Farmington Combined Statistical Area form the most populous metropolitan region in Missouri
- ↑ The 5 southeastern New Hampshire counties of the Boston-Worcester-Manchester Combined Statistical Area form the most populous metropolitan region in New Hampshire
- ↑ The 13 northern New Jersey counties of the New York-Newark-Bridgeport Combined Statistical Area form the most populous metropolitan region in New Jersey
- ↑ নিউয়ৰ্ক নগৰ হৈছে আমেৰিকা যুক্তৰাষ্টৰ আটাইটকৈ বেছি জনবসতীপূৰ্ণ নগৰ।
- ↑ The Cleveland-Akron-Elyria Combined Statistical Area is the most populous metropolitan area in Ohio
- ↑ সম্পূৰ্ণ নাম ষ্টেট অব ৰড আইলেণ্ড আৰু প্ৰভিডেঞ্চ প্লেন্টেচনচ্
- ↑ The Greenville-Spartanburg-Anderson Combined Statistical Area is the most populous metropolitan area in South Carolina
- ↑ The Nashville-Davidson-Murfreesboro-Columbia Combined Statistical Area is the most populous metropolitan area in Tennessee
- ↑ The Dallas-Fort Worth Combined Statistical Area is the most populous metropolitan area in Texas
- ↑ The 10 Virginia counties and 6 Virginia cities of the Washington-Baltimore-Northern Virginia Combined Statistical Area form the most populous metropolitan region in Virginia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহ” প্ৰবন্ধৰ সংশোধন ৬০৬২৬৬ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।