ইতিহাসৰ আজিৰ দিনত
৫ জুলাই
ঘটনাৱলী
- ১৮১১স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে।
- ১৯৪৭ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
- ১৯৫৪অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
- ১৯৬২আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৭৫পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
- ১৯৭৭পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই জিয়াউল হক নতুন ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোক গ্ৰেপ্তাৰ কৰা হয়।
- ১৯৯৯ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল হয়।
- ২০০৪উইম্বলডন চেম্পিয়ন খিতাপ লাভ কৰা ৰ'জাৰ ফেডেৰাৰ ১৫ তম গ্ৰেণ্ডশ্লাম অৰ্জন কৰি বিশ্ব ৰেকৰ্ড কৰে।
জন্ম
- ১৮৮৮হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰবিদ তথা চিকিৎসক স্পেনছাৰে, ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯২৭ৰাভুৰি ভৰদ্বাজ, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক
- ১৯৪৬ৰাম বিলাস পাছৱান, বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী।
- ১৯৫৫সুৰেশ শৰ্মা, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
- ১৯৫৮বিল ওৱাটাৰছন্, আমেৰিকাৰ ব্যংগচিত্ৰ শিল্পী।
- ১৯৬০অনুপমা বসুমতাৰী, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
- ১৯৭৩গীতা কাপুৰ, ভাৰতীয় নৃত্য পৰিচালক, কৰিঅ'গ্ৰাফাৰ আৰু টেলিভিছন ব্যক্তিত্ব৷
- ১৯৯৫পি. ভি. সিন্ধু, সম্পূৰ্ণ নাম পুচৰলা ভেংকটা সিন্ধু, ৰিঅ' ডি জেনেইৰ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালিন অলিম্পিকৰ মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী।
মৃত্যু
- ১৮২৬যোছেফ লুই প্ৰুষ্ট, ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী।
- ১৯২৭এলব্ৰেষ্ট ক'ছেল, নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী।
- ১৯৬৪যতীন্দ্ৰ নাথ দুৱৰা (যদু), বনফুলৰ কবি হিচাপে খ্যাত। তেখেতৰ দেহাৱসান ঘটে শিৱসাগৰৰ নিজ বাসভৱনত। তেখেত আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী।
- ১৯৬৪ড॰ সূৰ্য্যকুমাৰ ভূঞা (ভানুনন্দন), লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ৰায়বাহাদুৰ।
- ১৯৭৯এলিজাবেথ ৰায়েন, টেনিছ তাৰকা।
- ২০২১ষ্টেন স্বামী, ভাৰতীয় কেথলিক ধৰ্মযাজক।
- ২০২১দিদি কণ্ট্ৰেক্টৰ, আমেৰিকান স্থপতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ