ইতিহাসৰ আজিৰ দিনত
৪ জুলাই
ঘটনাৱলী
- ১৭৭৬ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
- ১৭৭৬জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
- ১৮৮৬ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
- ১৯০৪পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
- ১৯৪৪সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'
জন্ম
- ১৮০৭জুইসেপ্পে গাৰিবালদি, আধুনিক ইটালিৰ নিৰ্মাণ কৰোঁতা আৰু এজন মহান বিপ্লৱী। (মৃঃ ০২-০৬-১৮৮২)
- ১৮৭২কেলভিন কুলিজ্, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
- ১৯২৬আল্ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।
মৃত্যু
- ১৯০২স্বামী বিবেকানন্দ, ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
- ১৯৩৪মেৰী কুৰী, নোবেল পুৰস্কাৰ বিজয়ী পদাৰ্থবিজ্ঞানী আৰু ৰসায়ন বিজ্ঞানী। (জঃ ০৭/১১/১৮৬৭)
- ১৯৬০ৰঞ্জিত বৰপূজাৰী, অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ।
- ১৯৬৩পিঙ্গলি ভেংকয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, এখেতে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি ৰচক। (জন্ম: ১৮৭৬)
- ২০১২হীৰেন ভট্টাচাৰ্য, ভাৰতীয় কবি। (জন্ম: ১৯৩২)
- ২০২১গল্পকাৰ বিপুল খাটনিয়াৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ