অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৪ জুলাই

ঘটনাৱলী

জন্ম

  • ১৮০২আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
  • ১৮৯৭আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
  • ১৯৫২ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
  • ১৯৬৯জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮০আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।

মৃত্যু

  • ১৮৮৩কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
  • ১৯৭৪জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
  • ১৯৮০উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
  • ১৯৯১আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
  • ২০০৪আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ