অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৩ জুলাই

জন্ম

  • ১৮৫৬বাল গঙ্গাধৰ তিলক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
  • ১৮৯৮তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়, ভাৰতীয় বাংলা সাহিত্যিক।
  • ১৯০৬চন্দ্ৰশেখৰ আজাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৩৪চিষ্টাৰ নিৰ্মলা, ভাৰতীয় ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
  • ১৯৫৩গ্ৰাহাম গুছ, ইংলেণ্ডৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৭৩মণিকা লিৱিনস্কি, ক্লিন্টন-লিৱিনস্কি কেলেংকাৰীৰ বাবে বিখ্যাত।
  • ১৯৮৯ডেনিয়েল ৰেডক্লিফ, ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত।

মৃত্যু

  • ১৭৯৩ৰ'জাৰ ছেৰমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঠজন প্ৰতিষ্ঠাপক জাতিৰ পিতাৰ মাজৰ এজন।
  • ১৮৭৫আইজাক মেৰিট ছিংগাৰ, আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ী। ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰে।
  • ১৯৯৪ড॰ লীলা গগৈ, অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক।
  • ২০০৪মেহমুদ আলি, ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক।
  • ২০১২লক্ষ্মী সেহগল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ