ইতিহাসৰ আজিৰ দিনত
৭ জানুৱাৰী
জন্ম
- ১৮৯৩জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৮বি. সৰোজা দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৮শোভা দে, ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷
- ১৯৫০জনী লিভাৰ, বলীউডৰ প্ৰখ্যাত কৌতুক অভিনেতা।
- ১৯৫৭ৰীণা ৰয়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬১সুপ্ৰিয়া কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৭ইৰফান খান, ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৭৯বিপাশা বসু, বলীউডৰ অভিনেত্ৰী।
- ১৯৮৫প্ৰিয়ংকা বৰা, ভাৰতীয় ভলীবল খেলুৱৈ৷
- ২০০৪শৈলী সিং, ভাৰতীয় এথলীট।
মৃত্যু
- ১৯৪৩নিক'লা টেছলা, বিখ্যাত ছাৰ্বিয়া-আমেৰিকান পদাৰ্থ বিজ্ঞানী, উদ্ভাৱক তথা বৈদ্যুতিক অভিযন্তা।
- ২০১৬গুণাৰাম খনিকৰ, প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ। (জন্ম: ২২ মাৰ্চ, ১৯৪৯)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ