অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামকুইৱাংবে জেমে নিউমে

ৰামকুইৱাংৱে জেমে নিউমে(লিপ্যন্তৰত: ৰামকুইৱাংবে জেনি; জন্ম: ২১ আগষ্ট, ১৯৫৫) অসমৰ ডিমা হাছাও জিলাৰ এগৰাকী অৱসৰ প্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশেষকৈ জনা যায়।

হালনাগাদ: ২৯ জুন ২০২৬ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰামকুইৱাংৱে জেমে নিউমে ১(লিপ্যন্তৰত: ৰামকুইৱাংবে জেনি;২ জন্ম: ২১ আগষ্ট, ১৯৫৫) অসমৰ ডিমা হাছাও জিলাৰ৩ এগৰাকী অৱসৰ প্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া।৪ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশেষকৈ জনা যায়। শিক্ষাৰ প্ৰসাৰ, বলিপ্ৰথা নিবাৰণ তথা নগা জনগোষ্ঠীৰ হেৰিকা ধৰ্মক ৰক্ষা আৰু সংৰক্ষণৰ বাবে তেওঁৰ জীৱনজোৰা প্ৰয়াসৰ বাবে ভাৰত চৰকাৰে জেমেক ২০২৩ বৰ্ষত পদ্মশ্ৰীৰে সন্মানিত কৰে।২৫

বঁটা আৰু সন্মান

  • ১৯৯৭: শ্ৰী গুৰুজী সমাজ প্ৰাৱধান পুৰস্কাৰ, জন কল্যাণ সমিতি, পুনে বম্বেৰ দ্বাৰা।৬
  • ২০১০: ভাওৰাও দেওৰাজ স্মৃতি সন্মান, হেৰাকা ৰীতি-নীতি আৰু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত কৰা নিস্বাৰ্থ সেৱাৰ বাবে।৭
  • ২০১৫: বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান সন্মান।
  • ২০১৮: বিজ্ঞানৰ ডক্টৰেট (Honoris cousa), NITTE বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হয়।
  • ২০২৩: পদ্মশ্ৰী, সামাজিক কৰ্মৰ বাবে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা প্ৰদান কৰা হয়।৮৯১০১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dr. Ramkuiwangbe Newme conferred with the highest civilian award the #Padma Shri#2023 NAH:26/01/2023. www.youtube.com/@nah4794
  2. ↑ ষ্টাফ ৰিপৰ্টাৰ. (২৬ জানুৱাৰী, ২০২৩). বয়ন শিল্পী হেমপ্ৰভা, মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী, সমাজকৰ্মী ৰামকুইৱাংবেলৈ পদ্মশ্ৰী. অসমীয়া খবৰ. পৃ. প্ৰথম পৃষ্ঠা
  3. ↑ Rousing welcome accorded to Padma Shri awardee Dr Ramkuiwangbe Newme in Halflong. The Sentinel
  4. ↑ (২৬ জনুৱাৰী, ২০২৩). পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হ’ল ডিমা হাছাও জিলাৰ ৰামকুৱাংবেৰ নাম. www.etvbharat.com
  5. ↑ (25 January 2023). Padma Awards 2023 announced. Ministry of Home Affairs, Government of India. পৃ. 12
  6. ↑ Newme, Dr. Widonlule. Ramkuiwangbe Newme: Torch Bearer of Indigenous Faith Movement. Heritage Explorer, A Monthly Magazine. পৃ. 17-18
  7. ↑ Bhaorao Deoras Memorial Seva Samman. bhaoraonyas.org
  8. ↑ Desk, Sentinel Digital. (6 April 2023). Padma awards conferred to Hemoprova Chutia and Dr Ramkuiwangbe Jeme Newme - Sentinelassam. www.sentinelassam.com
  9. ↑ (26 January 2023). Assam’s Hemoprava Chutia, Hem Chandra Goswami and Ramkuiwangbe Newme conferred with Padma Shri Award. India Today NE
  10. ↑ Authors Sudha Murty, S.L. Bhyrappa, Kamlesh D Patel among others conferred Padma Bhushan 2023. The Times of India
  11. ↑ HT News Desk. ORS pioneer Dilip Mahalanabis, 25 other ‘unsung heroes’ get Padma Awards. hindustantimes

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামকুইৱাংবে জেমে নিউমে” প্ৰবন্ধৰ সংশোধন ৬১৪৮৭৯ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।