অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)। ইয়াৰে ৫৪০ কিঃমিঃ (৩৪০ মাইল) অসমত আৰু বাকীখিনি অৰুণাচল প্ৰদেশত আছে।১

অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মাজত সংযোগ স্থাপন কৰা পথটো হৈছে ৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা অংশ।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Highways and their lengths. National Highways Authority of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহঅৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৯১ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।