অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টাঞ্জানিয়া

টাঞ্জানিয়া (Tanzania; চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়া) হৈছে পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰে উগাণ্ডা; উত্তৰ-পূৱত কেনিয়া; পূবে ভাৰত মহাসাগৰ, দক্ষিণে মোজাম্বিক আৰু মালাৱি; দক্ষিণ-পশ্চিমে জাম্বিয়া; ৰুৱাণ্ডা, পশ্চিমে বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ।

হালনাগাদ: ২৫ জুন ২০২৩ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

টাঞ্জানিয়া (Tanzania; চৰকাৰীভাৱে সংযুক্ত গণতান্ত্ৰিক টাঞ্জানিয়া) হৈছে পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰে উগাণ্ডা; উত্তৰ-পূৱত কেনিয়া; পূবে ভাৰত মহাসাগৰ, দক্ষিণে মোজাম্বিক আৰু মালাৱি; দক্ষিণ-পশ্চিমে জাম্বিয়া; ৰুৱাণ্ডা, পশ্চিমে বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। মাউণ্ট কিলিমাঞ্জাৰো, আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বতখন উত্তৰ-পূব টাঞ্জানিয়াত অৱস্থিত।১

তথ্যসূত্ৰ

  1. ↑ Tanzania Interesting Facts

সম্পৰ্কিত শ্ৰেণী

আফ্ৰিকাৰ দেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাঞ্জানিয়া” প্ৰবন্ধৰ সংশোধন ৩৬৯৭৯৯ (২৫ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।