অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৫ মে'

২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়। ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়।১
  • ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।

জন্ম

  • ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
  • ১৯৭৪ - যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
  • ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।(মৃত্যু: ১৯৭৫ চন)
  • ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবংগ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
  • ১৯২৭ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
  • ১৯৬৩‌ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।

মৃত্যু

  • ২০০৫ - সুনীল দত্ত (বলৰাজ দত্ত), পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫), জনপ্ৰিয় বোলছবি মাদাৰ ইণ্ডিয়া।
  • ২০২০ - বলবীৰ সিং দচাংঝ, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। (জন্মঃ ১৯৩২)

দিৱস

  • বিশ্ব থাইৰয়ড দিৱস।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ 13-year-old Malavath Purna becomes youngest woman to scale Everest. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ মে'” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৮৬ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।