অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ মে'

১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়। ১০৪৮ - ওমৰ খৈয়াম, ইৰাণৰ কবি, দাৰ্শনিক। (মৃ.০৪/১২/১১৩১) ১৮৭২ - বাৰ্ট্ৰেণ্ড ৰাছেল, ইংৰাজ বিজ্ঞানী, শিক্ষাবিদ, দাৰ্শনিক, লেখক আৰু সাহিত্যত নোবেল বিজয়ী। (মৃত্যু: ২ ফেব্ৰুৱাৰী, ১৯৭০) ১৯০৫ - হেডলি ভেৰিটি, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।

হালনাগাদ: ১৭ মে’ ২০২৩ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়।

জন্ম

মৃত্যু

  • ২০০৭ - পিয়েৰ-জিল দা জেন, ফৰাছী পদাৰ্থবিজ্ঞানী।
  • ২০০৯ - ভেলুপিল্লাই প্ৰভাকৰণ, শ্ৰীলঙ্কাৰ বিদ্ৰোহী নেতা। (জ. ১৯৪৪)

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৬০৯০ (১৭ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।