অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১১ এপ্ৰিল

১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে। ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়। ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়। ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়। ১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।

হালনাগাদ: ১০ এপ্ৰিল ২০২৩ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।
  • ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
  • ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
  • ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
  • ১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।

জন্ম

  • ১৮২৫ - ফাৰ্ডিনাণ্ড লাচালে, জাৰ্মানীৰ বিচাৰক তথা দাৰ্শনিক।
  • ১৮৬৯ - কস্তুৰবা গান্ধী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী। (মৃত্যু: ২২ ফেব্ৰুৱাৰী, ১৯৪৪)
  • ১৮৮৭ - যামিনী ৰয়, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৮৮৯ - হৰিপ্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক আছিল। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
  • ১৯০৪ - কুন্দনলাল সেয়গল, ভাৰতীয় সঙ্গীত শিল্পী আৰু অভিনেতা। (মৃত্যু: ১৮ জানুৱাৰী,১৯৪৭)
  • ১৯৫৩ - এণ্ড্ৰিউ ৱাইলছ, ইংৰাজী গণিতজ্ঞ।
  • ১৯৫৫ - ৰোহিনী হট্টংগড়ী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৪ - শিল্পা ৰাও, ভাৰতীয় গায়িকা।
  • ১৯৯১ - পুনম পাণ্ডে, ভাৰতীয় মডেল তথা অভিনেত্ৰী।

মৃত্যু

  • ২০০১ - কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।

দিৱস

  • জাতীয় নিৰাপদ মাতৃত্ব দিৱস, ভাৰত

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৩৭৪০ (১০ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।