অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰ্ডিনাণ্ড লাচালে

ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়। শ্ৰমিক আন্দোলনৰ সৈতে ঘাইকে জড়িত, তেওঁ আছিল সৰ্ব জাৰ্মান শ্ৰমিক সংঘৰ প্ৰতিষ্ঠাপক। সেই সময়ৰ তেওঁৰ প্ৰধান ৰাজনৈতিক প্ৰশ্ন আৰু তেওঁৰ অনুগামীৰ সুবিধাবাদী মনোভাবৰ বাবে কাৰ্ল মাৰ্ক্স আৰু ফ্ৰাইড্ৰিচ এঞ্জেল্সৰ তীব্ৰ সমালোচনা হ'ল।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মাৰ্কস এঙ্গেলস ৰচনাৱলী; প্ৰথম খণ্ড, প্ৰথম অংশ; প্ৰগতি প্ৰকাশন, মস্কো; ১৯৭২; পৃষ্ঠা- ৩৫৭

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্ডিনাণ্ড লাচালে” প্ৰবন্ধৰ সংশোধন ৫৩৭২২৪ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।