অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিমলা বৰুৱানী

হিমলা বৰুৱানী (Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা। তেওঁ ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাতৃ আছিল।

হালনাগাদ: ১০ জানুৱাৰী ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

হিমলা বৰুৱানী (Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা। তেওঁ ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাতৃ আছিল।

জন্ম আৰু বংশ-পৰিচয়

জন্মস্থান যোৰহাটৰ পকামুৱা। পিতৃ যোৰহাটৰ চাহ খেতিয়ক তহচিলদাৰ বিষ্ণুৰাম বৰুৱা আৰু মাতৃৰ নাম চন্দ্ৰাৱতী বৰুৱা। প্ৰখ্যাত ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱা ক্ৰমে তেওঁৰ বৰপুত্ৰ আৰু মাজু পুত্ৰ॥১২

সাহিত্যিক অৱদান

'বিননি' তেওঁৰ কবিতাপুথি। এই পুথিখনত বৰপুত্ৰৰ পৰিয়ালটিৰ সলিল সমাধিত মাতৃ হৃদয়ত বাজি উঠা শোকৰ বিননি শুনিবলৈ পোৱা যায়। 'ঘৰ-জেউতী' আলোচনীৰ প্ৰকাশৰ সৈতে বিশেষভাৱে জড়িত আছিল।১

তথ্যসূত্ৰ

  1. ↑ দত্তবৰুৱা, মঞ্জু (২০১২). অসম লেখক কোষ. তৃতীয় খণ্ড, অসম সাহিত্য সভা,. পৃ: ২০১
  2. ↑ ড॰ বিভা দত্ত নেওগ. (১৮ ফেব্ৰুৱাৰী, ২০০৫). পাৰ্ৱতি প্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য. অসম সাহিত্য সভা. পৃ. ৪, ৬, ৭, ৯, ১১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমলা বৰুৱানী” প্ৰবন্ধৰ সংশোধন ৪৬২৯০৯ (১০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।