অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্যমন্তক হৰণ

স্যমন্তক হৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ৷ ভাগৱতৰ দশম স্কন্ধত ‘স্যমন্তক হৰণ’ শীৰ্ষক অধ্যায়টি আছে৷

হালনাগাদ: ৩০ আগষ্ট ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

স্যমন্তক হৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ৷ ভাগৱতৰ দশম স্কন্ধত ‘স্যমন্তক হৰণ’ শীৰ্ষক অধ্যায়টি আছে৷

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: মাধৱদেৱ'শ্ৰীশ্ৰী মাধৱদেৱ' (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল১। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি১।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva. Assaminfo.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্যমন্তক হৰণ” প্ৰবন্ধৰ সংশোধন ৫৩৫৯০২ (৩০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।