সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী হৈছে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক আৰু অধ্যাপক ড॰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। অগতানুগতিক শৈলীৰে লিখা এই আত্মজীৱনীখন প্ৰথম প্ৰকাশ হয় ২০১৬ চনৰ নৱেম্বৰ মাহত। গ্ৰন্থখন প্ৰকাশ কৰে গুৱাহাটীৰ পাণবজাৰৰ বান্ধৱ প্ৰকাশনৰ হৈ ৰঞ্জন শৰ্মাই।১
গ্ৰন্থখনৰ সূচীপত্ৰ
- আগকথা
- সোণৰ চামুচ মুখত লৈ
- আনাদি পাতন
- বাল-গোপালৰ সোণৰ বাঁহী
- সৰস্বতী বন্দনা
- কামৰূপ-কামাখ্যা আৰু ভাৰতৰ স্কটলেণ্ড
- পুনৰ কামৰূপ-কামাখ্যা
- স্নাতক মহলালৈ
- কাশীত স্নাতকোত্তৰ পাঠ
- বিৰাম কাল
- টাসখন্দ
- লেনীনগ্ৰাডত অৱস্থান
- মোৰ বৈজ্ঞানিক গৱেষণাৰ ফল: জীৱনত
- জিলিকিছে লুইতৰে পাৰ
- জীৱনে মোক কি শিকালে
- জীৱনৰ আধোবিন্দু
- মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চৰ্চা
- মোৰ যৌন অন্বেষণৰ কাহিনী
- অনুভূতি
- ভূত আৰু অদ্ভুত
- বিবিধ
- সময় বালিত খোজ
তথ্যসূত্ৰ
- ↑ ডেকা, ড॰ প্ৰণৱজ্যোতি. (November, 2016). সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী. বান্ধৱ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণৰ চামুচ মুখত লৈ” প্ৰবন্ধৰ সংশোধন ৪৪৪৪৪৮ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।