অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুশান্ত বৰগোহাঁই

সুশান্ত বৰগোহাঁই (Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

সুশান্ত বৰগোহাঁই (Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।

প্ৰাথমিক জীৱন আৰু শিক্ষা

বৰগোহাঁইৰ জন্ম হৈছিল শিৱসাগৰত। ডিগবৈৰ ভি কে ভিত স্কুলীয়া শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত তামিলনাডুৰ ত্ৰিবেনী একাডেমীৰ পৰা হাইস্কুলত উত্তীৰ্ণ হয়।

কেৰিয়াৰ

তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ থোৱাৰাৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১ ২ ইয়াৰ পূৰ্বে তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল ৩ ৪ ২০২১ চনৰ জুন মাহত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অভ্যন্তৰীণ মতানৈক্যৰ বাবে পদত্যাগ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৫

তথ্যসূত্ৰ

  1. ↑ Sushanta Borgohain:Constituency- THOWRA(SIVASAGAR) - Affidavit Information of Candidate. myneta.info
  2. ↑ Sushanta Borgohain · Assam Assembly Election Results Live, Candidates News, Videos, Photos. News18
  3. ↑ Assam Legislative Assembly - Member. assamassembly.gov.in
  4. ↑ 🗳️ Sushanta Borgohain, Thowra Assembly Elections 2011 LIVE Results · Election Dates, Exit Polls, Leading Candidates & Parties · Latest News, Articles & Statistics · LatestLY.com. LatestLY
  5. ↑ (August 2021). Former Congress MLA Rupjyoti Kurmi joins BJP. Indian Express

সম্পৰ্কিত শ্ৰেণী

অসম বিধানসভাৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশান্ত বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৫৮১৬১৭ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।