ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ষ যোগ)
ষ্ + ক = ষ্ক = শুষ্ক
ষ্ + ট = ষ্ট = কষ্ট
ষ্ + ঠ = ষ্ঠ = ওঁষ্ঠ
ষ্ + ণ = ষ্ণ = উষ্ণতা
ষ্ + প = ষ্প = পুষ্প
ষ্ + ফ = ষ্ফ = নিষ্ফল
ষ্ + ম = ষ্ম = উষ্ম
ষ্ + য় = ষ্য = বিশেষ্য
'ষ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- ষষ্ঠ
- ষাঁড় গৰু
- ষটপদ
- ষট্ত্ৰিংশ
- ষণ্ড
- ষষ্ঠিক
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৯৪ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।