অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শুমশ্তী ভাষা

শুমশ্তী বা শুমশ্ত এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানৰ পূব অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষা কুনাৰ প্ৰান্তৰ কোনো কোনো অঞ্চলত কোৱা হয়: কুনাৰ উপত্যকাৰ পশ্চিম অংশত, জলালাবাদ আৰু পেচ উপত্যকাৰ মাজৰ অংশত। এই ভাষা কোৱা লোকৰ সংখ্যা ১৯৯৪ চনত ১০০০ আছিল।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৩ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শুমশ্তী বা শুমশ্ত এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানৰ পূব অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষা কুনাৰ প্ৰান্তৰ কোনো কোনো অঞ্চলত কোৱা হয়: কুনাৰ উপত্যকাৰ পশ্চিম অংশত, জলালাবাদ আৰু পেচ উপত্যকাৰ মাজৰ অংশত। এই ভাষা কোৱা লোকৰ সংখ্যা ১৯৯৪ চনত ১০০০ আছিল।

আন ভাষাৰ সৈতে সম্বন্ধ

এই ভাষাৰ ওপৰত চুপুৰীয়া উত্তৰ-পূৰ্বী পাশ্বায়ী ভাষাসমূহৰ প্ৰভাৱ দেখা যায়, আৰু এই ভাষা গ্ৰঙলী বা নঙলামী ভাষাৰ ভগ্নী ভাষা। সেই ভাষাৰ সৈতে শুমশ্তীৰ প্ৰায় এক তৃতীয়াংশ প্ৰাথমিক শব্দাৱলী একেই। তদুপৰি ই গৱাৰ-বাতী ভাষাৰো ভগ্নী ভাষা, যাৰ সৈতে এই ভাষাৰ প্ৰায় ৫০% প্ৰাথমিক শব্দাৱলী মিল খায়।

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুমশ্তী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৮৭৮ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।