নঙলামী বা গ্ৰঙলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানত স্থিত। জেমিয়াকী ভাষাকো আগতে নঙলামীৰেই উপভাষা মনা হৈছিল, কিন্তু পুনৰ্বিবেচনাৰ আধাৰত সেই ভাষাক নূৰিস্তানী ভাষাসমূহৰ অন্যতমহে গণ্য কৰা হৈছে, ৱাইগালী ভাষাৰ নিকটৱৰ্তী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নঙলামী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৮৭৭ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।