অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পাশ্বায়ী ভাষা

পাশ্বায়ী ভাষা (پشه اې ژبه) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ-পূব আফগানিস্তানৰ কপীচ, লঘমন, ননগঢ়ৰ, নূৰিস্তান, কুনাৰ আৰু কাবুল অঞ্চলত ব্যৱহাৰ কৰা হয়। ২০০৩ চনৰ আগলৈকে এই ভাষাৰ কোনো লিখিত ৰূপ নাছিল। এই ভাষাৰ উপভাষাসমূহৰ চাৰি মুখ্য প্ৰকাৰ আছে, যি পৰস্পৰৰ মাজত বোধগম্য নহয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পাশ্বায়ী ভাষা (پشه اې ژبه) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ-পূব আফগানিস্তানৰ কপীচ, লঘমন, ননগঢ়ৰ, নূৰিস্তান, কুনাৰ আৰু কাবুল অঞ্চলত ব্যৱহাৰ কৰা হয়।১

২০০৩ চনৰ আগলৈকে এই ভাষাৰ কোনো লিখিত ৰূপ নাছিল।২ এই ভাষাৰ উপভাষাসমূহৰ চাৰি মুখ্য প্ৰকাৰ আছে, যি পৰস্পৰৰ মাজত বোধগম্য নহয়। এই প্ৰকাৰসমূহৰ মাজত কেৱল ৩০%হে শাব্দিক সামঞ্জস্য আছে।

  • উত্তৰপূৰ্বী: অৰেত, চলছ, কণ্ডক, কোৰংগাই, কুৰডৰ
  • উত্তৰ্পশ্চিমীয়া: অলচই, বোলঘাইন, গুলবহাৰ, কোহনাদেহ, লাউৰ'ৱান, নাজিল, নংগৰচ, পচগন, পণ্ডউ, পৰঝগন, পাশ্বাগৰ, চঞ্জন, শ্বামাকোট, শ্বুটুল, উজবিন, ৱাডাউ
  • দক্ষিণ-পশ্চিম: ডমেঞ্চ, লঘমানি, চুম, উজনী আৰু নামনি দৰঈ নূৰ, ৱেগালী
  • দক্ষিণ-পশ্চিম: ইশ্পি, ইস্কেন, টগঊ

এই ভাষাৰ ব্যাকৰণ এখন ডক্টৰেল গৱেষণাগ্ৰন্থ হিচাপে ২০১৪ চনত লিখা গৈছিল।৩

ধ্বনিতত্ত্ব

ব্যঞ্জনধ্বনি

LabialDental/ AlveolarPalato-alveolarRetroflexDorsalGlottal
Nasal
Plosivevoiceless
voiced
Affricatevoiceless
voiced
Fricativevoiceless
voiced
lateral
Rhotictap
trill
Approximantlateral
central~
  • [h] is only phonemic in the Amla dialect.
  • Sounds [f] and [q] can also occur, but only in loanwords and among Dari speakers.
  • [ʂ] is more commonly heard among older speakers, but is lost among younger speakers, and is heard as a postalveolar [ʃ].
  • [ʐ] is more commonly heard among older speakers, but is lost among younger speakers, and is heard as a postalveolar [ʒ].
  • /ʋ/ is heard before front vowels /i e/. When occurring before or after central or back vowels /a u o/, it is heard as [w].
  • According to Masica (1991) some dialects have a //.

স্বৰধ্বনি

FrontCentralBack
High
Mid
Low
  • Only mid or low vowels have lengthened equivalents.
  • /e/ can be heard as [ɛ] and /a/ can be heard as [ə] or [æ], in certain environments.৩

তথ্যসূত্ৰ

  1. ↑ Masica, Colin P. (1991). The Indo-Aryan Languages. Cambridge University Press. পৃ. 440
  2. ↑ Yun, Ju-Hong. (2003). Pashai Language Development Project: Promoting Pashai language, literacy and community development
  3. ↑ Lehr, Rachel. (2014). A Descriptive Grammar of Pashai: The Language and Speech Community of Darrai Nur. University of Chicago, Division of the Humanities, Department of Linguistics. ISBN 978-1-321-22417-7

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাশ্বায়ী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩০৮৮৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।