অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লাচিত বৰফুকন (গ্ৰন্থ)

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) হৈছে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত লিখা লাচিত বৰফুকনৰ জীৱনী। কিতাপখন ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছিল। ২০১০ চনলৈকে কিতাপখনৰ মুঠ ৭টা সংস্কৰণ প্ৰকাশ পাইছে।

হালনাগাদ: ২০ নৱেম্বৰ ২০২৩ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) হৈছে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত লিখা লাচিত বৰফুকনৰ জীৱনী। কিতাপখন ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছিল। ২০১০ চনলৈকে কিতাপখনৰ মুঠ ৭টা সংস্কৰণ প্ৰকাশ পাইছে।

১৯৩৫ চনৰ জুন মাহত ইণ্ডিয়ান হিষ্ট্ৰী কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন পুনাত অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনত ড° সূৰ্যকুমাৰ ভূঞাই লাচিত বৰফুকনৰ বিষয়ে এটি প্ৰৱন্ধ পাঠ কৰিছিল। লাচিত আছিল মহাৰাষ্ট্ৰৰ জাতীয় বীৰ শিৱাজীৰ সমকক্ষ। পিছত ভূঞাই লাচিত সম্পৰ্কে পুংখানুপুংখ ৰূপে অধ্যয়ন কৰে আৰু ১৯৪৬ চনত লাচিত বৰফুকনৰ বিষয়ে বিতংকৈ লিখি উলিয়ায়।

লেখক পৰিচয়

১৮৯২ চনৰ ২৭ জানুৱাৰীৰ দিনা, নগাঁও জিলাৰ ফৌজদাৰীপট্টিত

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাচিত বৰফুকন (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৯২৬৮৬ (২০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।