মাহিকা শৰ্মা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১ তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰি মিছ টিন নৰ্থ-ইষ্ট হিচাপে বাছনি হৈছিল।২ তেওঁ ভাৰতীয় টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল।৩৪ তেওঁ এফ.আই.আৰ. ধাৰাবাহিক৫ আৰু বলিউডৰ চলচ্চিত্ৰ Mr Joe B. Carvalho-ত অভিনয় কৰিছিল।
সামাজিক কৰ্ম
শৰ্মাই যৌনকৰ্মীসকলৰ পুনৰ্বাসন কাৰ্যসূচীত সহায় কৰিছিল।৬ তেওঁ অসমৰ সংস্কৃতি আৰু পৰম্পৰা উন্নয়নৰ কাৰ্যতো জড়িত হৈ আছে।৭৮৯১০১১
চলচ্চিত্ৰ তালিকা
- Mr Joe B. Carvalho
- মৰ্দানী
- ৰামায়ণ (২০১২ চনৰ টেলিভিছন ধাৰাবাহিক)
- The Suite Life of Karan & Kabir
- তু মেৰে অগল বগল হ্যায়
- এফ.আই.আৰ. (টেলিভিছন ধাৰাবাহিক)
- চলো দিল্লী
- মন যায় (২০০৮ চনৰ অসমীয়া চলচ্চিত্ৰ)
- স্বৰাজ (টেলিভিছন ধাৰাবাহিক, চেল্লাম্মাৰ চৰিত্ৰ)
তথ্যসূত্ৰ
- ↑ Ramayana actor Mahika Sharma set for Bollywood debut with British adult film star Danny D. Hindustan Times
- ↑ Sia Agarwal. 10 Interesting Facts about Mahika Sharma – Miss Teen Northeast!. India Opines
- ↑ I'll be proud to work with Pakistani artistes: Mahika Sharma. Business Standard
- ↑ Surrogacy is cup of tea for rich people: Mahika Sharma. The Indian Express
- ↑ Sumit Rajguru. FIR actress Mahika Sharma: In our society, girl's image can be harmed in a day. Freepress Journal
- ↑ Mahika Sharma to help in sex workers rehab programme. Business Standard
- ↑ टीवी एक्ट्रेस माहिका ऐसे मना रही हैं बीहू, मां के प्रसाद में बनेगा असम का रॉयल फूड. Zee News, India
- ↑ FIR actress Mahika distributes Eid special meals to those affected in Kolkata due to cyclone. The Times of India
- ↑ Mahika Sharma: Please consider house helps as family, support them. Midday
- ↑ After Akshay Kumar, Mahika Sharma gives financial help to victims of Assam flood. Deccan Chronicle
- ↑ Former beauty queen to produce show on Assamese culture. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহিকা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৬৩৯৪২ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।