ভূমি চম্পা আদা পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। ই চীন (গুৱাংডং, গুৱাংজি, হাইয়ান, টাইৱান, য়ুন্নান), ভাৰত (অসম), নেপাল, বাংলাদেশৰ থলুৱা উদ্ভিদ আৰু সমগ্ৰ বিশ্বতে ইয়াক পোৱা যায়। বৰ্তমাৱ জাভা, মালয়েছিয়া আৰু কোষ্টাৰিকাতো ইয়াক প্ৰাকৃতিকভাবে ৰোৱা যায়।১২৩
স্থানীয় নাম
ভূমি চম্পাৰ বিভিন্ন নামবোৰ হৈছে:
- ব্লেকহৰ্ম (blackhorm),
- भूमीचम्पा,
- বাংলা: ভুঁইচাঁপা
- কন্নড়: nela sampige
- भूमी चम्पा,
- ചെങ്ങനീർകിഴങ്ങ് / മലങ്കൂവ)
ইয়াৰোপৰি এই উদ্ভিদজোপাক ইণ্ডিয়ান ক্ৰ’কাছ (Indian crocus), ময়ুৰ আদা (peacock ginger), আৰু ৰাউণ্ড−ৰুটেড গালাংগেল (round-rooted galangale) বুলিও কয়।৪
আয়ুৰ্বেদ
মছলাজাতীয় এই উদ্ভিদজোপা আয়ুৰ্বেদত ঐষধ হিচাপে ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Kew World Checklist of Selected Plant Families
- ↑ Flora of China, v 24 p 369, 海南三七 hai nan san qi, Kaempferia rotunda Linnaeus, Sp. Pl. 1: 3. 1753.
- ↑ Ahmed, Z.U. (ed.) (2008). Encyclopedia of Flora and Fauna of Bangladesh 12: 1-505. Asiatic Society of Bangladesh
- ↑ Kaempferia rotunda – Bhumi Champa. Flowers of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমি চম্পা” প্ৰবন্ধৰ সংশোধন ৫৪০৮৮২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।