অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য (Birendra Prasad Baishya) ভাৰতবৰ্ষৰ এজন ৰাজনীতিবিদ। তেওঁ ১৯৯৬ চনত লোকসভা নিৰ্বাচনত অসমৰ মংগলদৈ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় তীখা আৰু খনিৰ মন্ত্ৰী পদৰ দায়িত্ব লাভ কৰে। তেওঁ ২০০৮ চনৰ পৰা ২০১৪ চনলৈ আৰু জুন ২০১৯ চনত আকৌ ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হয়।

হালনাগাদ: ২৭ জুলাই ২০২৫ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য (Birendra Prasad Baishya) ভাৰতৰ এজন ৰাজনীতিবিদ। তেওঁ ১৯৯৬ চনত লোকসভা নিৰ্বাচনত অসমৰ মংগলদৈ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় তীখা আৰু খনিৰ মন্ত্ৰী পদৰ দায়িত্ব লাভ কৰে। তেওঁ ২০০৮ চনৰ পৰা ২০১৪ চনলৈ আৰু জুন ২০১৯ চনত আকৌ ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হয়। বৈশ্যদেৱে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি আছিল।১২৩৪৫

৬

তথ্যসূত্ৰ

  1. ↑ Detailed Profile: Shri Birendra Prasad Baishya
  2. ↑ Retired but an untiring Baishya who Sir could never ignore
  3. ↑ Newly-elected Indian Weightlifting Federation President Birendra Prasad Baishya
  4. ↑ AGP has not drifted away from goals: Atul Bora
  5. ↑ AGP forges poll pact with BJP, happy with 20 seats
  6. ↑ EXECUTIVE COMMITTEE OF INDIAN WEIGHTLIFTING FEDERATION EFFECTIVE 2017-2021

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য” প্ৰবন্ধৰ সংশোধন ৫২৮০৭১ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।