বাসন্তী পূজা এটা চʼত মাহৰ দুৰ্গা পূজা হয়, যে পশ্চিমবংগ, অসম, অৰুনাচল প্ৰদেশ, ত্ৰিপুৰা, আৰু উৰিষ্যাত অনুষ্ঠিত হয়। বাসন্তী পূজা চৈত্ৰ নৱৰাত্ৰিৰ ষষ্ঠ আৰু দশম দিনত পৰা চলি থাকে। এই পূজা মূল আছিল।১
ইতিহাস

যে ৰজা চুৰাথ আছিল, সেই আৰম্ভ কৰিছে। যেতিয়া ৰজা চুৰাথৰ ইয়াৰ ৰাজ্যৰ সমস্যা হৈছিল, তেতিয়া তেওঁ ঋষিসকলৰ সৈতে কিবা এটা কৰিবলৈ ক’লে, ঋষিসকলে তেওঁক ক’লে যে ৰজাই ইয়াৰ সমস্যাৰ পৰা মুক্তি পাবলৈ পূজা কৰিব লাগিব। আৰু সেইটোৱেই, বাসন্তী পূজাৰ ইতিহাস ৰচনা কৰিলে।।
অষ্টমী তিথিত অন্নপূৰ্ণা দেৱী পূজা

মহাষ্টমী, মাসিক দুৰ্গাষ্টমী, দুৰ্গাষ্টমী হ'লে চʼত মাহৰ শুক্লা অষ্টমী তিথিৰ সময়ত অন্নপূৰ্ণা পূজা অনুষ্ঠিত হয়। ভোকৰ ওপৰত আৰ্থিক অৱস্থাৰ বাবে বসন্ত কালত পূজা কৰে। যিহেতু অন্নপূৰ্ণা দেৱী খাদ্যৰ দেৱী আছিল, গতিকে দেৱীক পূজা কৰাৰ সময়ত তেওঁলোকে দুখীয়া মানুহৰ বাবে খাদ্য পাব।২
নৱমী তিথিত ৰাম নৱমী
চৈত্ৰ নৱৰাত্ৰিৰ অন্তিম দিনা, আৰু পূজাৰ নৱম দিনা ৰাম নৱমী হয়, যে ৰামৰ জন্মদিন অনুষ্ঠিত কৰে।৩ কিন্তু এই উৎসৱ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগত উদযাপন পালন কৰে।।
বসন্তৰ আৰু শৰতৰ পূজা তুলনা
বাসন্তী পূজা চলে চʼত মাহৰ শুক্লা পক্ষৰ ষষ্ঠী তিথিত পৰা আৰম্ভ কৰে, আৰু অন্তিম তিথি এই মাহৰ শুক্লা পক্ষৰ দশমী তিথিত হয়, মহাষ্টমী দিনত অন্নপূৰ্ণা পূজা চলে, আৰু দশমী দিনৰ পিছত মহানৱমী দিনত কিছুমানে ৰামনৱমী, যে শ্ৰীৰামৰ জন্মদিনত পূজা কৰে।।
দুৰ্গা পূজা, ২০১২]]
কিন্তু, শৰতৰ সময়ত এটা অনুষ্ঠান "মহালয়া" আৰম্ভ হয়, যে বাঙালী মানুহে ৰাতিপুৱা ৪ বজাত, বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ আৰু পঙ্কজ কুমাৰ মল্লিকৰ অনাতাঁৰ কাৰ্যসূচী,"মহিষাসুৰমৰ্দ্দিনী (অন্য নাম:- মহালয়া, চণ্ডীপাঠ)", দেৱী দুৰ্গাক উঠিবলৈ লগাই দিয়ে। ৭ পাছত অসমত মহা ষষ্ঠী দিনত মূৰ্তি আনিবলৈ চেষ্টা কৰে, যে এটা বাহনত থাকে, আৰু ঢাক-ঢোল বজাই বাহনত (ৰখাই দিয়ে যেতিয়া মন্ডপত সোমাই), কিন্তু মা দুৰ্গাক ষষ্ঠী দিনত নিজৰ চেহেৰাক ঢাকি দিয়ে, মহা সপ্তমী দিনত পৰা চলিবলৈ চেহেৰাত নিউজপেপাৰ নহʼলে কাপোৰ লগাই দিয়ে।।
আৰম্ভ দিন, যে মহা সপ্তমী দিনত পূজা চলিবলৈ ৰাতিপুৱা কৰে, ষষ্ঠী তিথিৰ বাবেই এনে হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসন্তী পূজা” প্ৰবন্ধৰ সংশোধন ৬০৩০৪৩ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।