অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাংলা শব্দভাণ্ডাৰ

বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।১ কিন্তু মধ্যযুগত সংস্কৃত, আৰবী, ধ্ৰুপদী পাৰ্চী, তুৰ্কী আৰু অন্যান্য বিদেশী ভাষাৰপৰা শব্দ গ্ৰহণ কৰিছে‍। এইদৰে বিভিন্ন ভাষাৰ সৈতে শতিকাজুৰি থকা সম্পৰ্কৰ বাবে বাংলা শব্দভাণ্ডাৰ বৈচিত্ৰ্যমজ় হৈ পৰিছে।

উৎপত্তিৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাজন

বাংলা ভাষাত সাধাৰণতে প্ৰায় এক লাখ পৃথক শব্দ আছে বুলি ভবা হয়, ইয়াৰে ১৬,০০০ (১৬%) তদ্ভৱ শব্দ (উত্তৰাধিক ইণ্ডো-আৰ্য্য শব্দভাণ্ডাৰ) বুলি ধৰা হয়, ৪০,০০০ (৪০%) হৈছে তৎসম শব্দ (সংস্কৃতৰপৰা পোনপটীয়াকৈ ধাৰ কৰা শব্দ), আৰু বাংলা শব্দভাণ্ডাৰৰ প্ৰায় ১৬,০০০ (১৬%) শব্দ দেশী বা "থলুৱা" শব্দৰপৰা ঋণ লোৱা। বাকীবোৰ বিদেশী উৎস যেনে‍, পাৰ্চী, তুৰ্কী, আৰৱী আৰু ইংৰাজী আদিৰ লগতে অন্যান্য ভাষাৰপৰা অহা শব্দ, বংগৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে থকা সংস্পৰ্শৰ দীৰ্ঘ ইতিহাস আৰু পাৰস্পৰিক ক্ৰিয়াৰ লগতে‍ সাংস্কৃতিক আদান-প্ৰদানে বাংলা ভাষাৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, সেই কথাই বাংলা ভাষাৰ শব্দৰ প্ৰায় ২৮,০০০ (২৮%) সামৰি লৈছে।২

বিদেশী শব্দৰ ঋণৰ ক্ষেত্ৰত পাৰ্চী ভাষাৰ অন্যতম উল্লেখযোগ্য প্ৰভাৱ আছিল আৰু অসংখ্য সূত্ৰই এই সংখ্যা ন্যূনতম প্ৰায় ১০,০০০টা শব্দ বুলি কয়, য’ত পাৰ্চী ভাষাৰপৰা পোনপটীয়াকৈ ধাৰ লোৱা শব্দ আৰু ইয়াৰদ্বাৰা প্ৰভাবিত শব্দও অন্তৰ্ভুক্ত।৩ কিন্তু এই পৰিসংখ্যায় গড় বাংলাভাষাৰ শব্দভাণ্ডাৰক প্ৰতিফলিত নকৰে, কিয়নো উপভাষা অনুসৰি ই বহু পৰিমাণে ভিন্ন হ’ব। উদাহৰণস্বৰূপে, মুছলমান আৰু বাংলাদেশীয়ে সাধাৰণতে হিন্দু আৰু ভাৰতীয় বাংলাভাষীতকৈ‍ বাংলা ভাষাত অধিক পাৰ্চী আৰু আৰৱী শব্দৰ ওপৰত নিৰ্ভৰশীল।৪ বংগৰ ইতিহাসত পাৰ্চী ভাষাৰ প্ৰভাৱ ইমানেই উল্লেখযোগ্য আছিল যে‍ ৬০০ বছৰ ধৰি এই অঞ্চলৰ ই চৰকাৰী ভাষা আছিল, ইংৰাজসকল ১৮৩৬ চনত অহাৰ পাছত ই ইংৰাজীলৈ সলনি হৈছিল।৫

শব্দভাণ্ডাৰৰ পাৰ্থক্য

তলৰ তালিকাখনত ঢাকা (বাংলাদেশ) আৰু শান্তিপুৰ (পশ্চিম বংগ, ভাৰত)ৰ কথিত আৰু ব্যৱহৃত বাংলা শব্দভাণ্ডাৰৰ পাৰ্থক্য দাঙি ধৰা হৈছে।

শব্দঢাকাইয়া উপভাষাঢাকাইয়া ট্ৰান্সক্ৰিপচনশান্তিপুৰী উপভাষাশান্তিপুৰী ট্ৰান্সক্ৰিপচন
Waterপানিpaniজলjôl
Saltলবণlôbônনুনnun
Invitationদাওয়াতdawatআমন্ত্ৰণ/নিমন্ত্ৰণ/নেমন্তন্নamôntrôn/nimôntrôn/nemôntônnô
Chiliমৰিচmôricলঙ্কাlaṅkā
Maternal Auntখালাkhalaমাসিmaśi
Paternal Auntফুফুphuphuপিসিpiśi
Bathগোসলgosôlস্নান/চানsnān/chān
Windহাওয়াhāoāবাতাসbatas

ধাৰলৈ লোৱা শব্দৰ উদাহৰণ

মোগল, আৰৱ, পাৰ্চী, মধ্য এছিয়ান আৰু ইউৰোপীয়সকলৰ সৈতে থকা শতিকাজোৰা সম্পৰ্কৰ বাবেই বাংলা ভাষাই বিদেশী ভাষাৰ অগণন শব্দ গ্ৰহণ কৰিছে, এই গ্ৰহণক মূল শব্দভাণ্ডাৰত প্ৰায়েই সম্পূৰ্ণৰূপে একত্ৰিত কৰিছে। পাৰস্য আৰু মধ্যপ্ৰাচ্যৰ সৈতে থকা শতিকাজোৰা সম্পৰ্ক আৰু মোগল সাম্ৰাজ্যৰ আক্ৰমণৰ পাছত অসংখ্য তুৰ্কী, আৰৱী আৰু পাৰ্চী শব্দ অভিধানত গ্ৰহণ কৰি সম্পূৰ্ণৰূপে একত্ৰিত কৰা হয়।৬৭ পৰৱৰ্তীকালত ইউৰোপীয় ঔপনিৱেশিকতাবাদে পৰ্তুগীজ, ফৰাচী, ডাচ আৰু আটাইতকৈ উল্লেখযোগ্যভাৱে ইংৰাজীৰপৰা শব্দ বাংলা ভাষালৈ কঢি়য়াই আনিছিল। সংস্কৃতৰ সৈতে বঙালীৰ সম্পৰ্কৰ অনন্য কাৰণ বাংলা ভাষা মধ্য ইণ্ডো-আৰ্য্য ভাষাৰ (মগধি প্ৰাকৃতৰ দৰে) বংশধৰ, যিবোৰ নিজেই সংস্কৃতৰপৰাই বিকশিত হৈছে। কিছুমান অতি সাধাৰণ ঋণ তলত দেখুওৱা হৈছে।

সংস্কৃত (Sôṅskritô)

শব্দআইপিএঅৰ্থ
বিশ্বbiśśôworld
ধন্যবাদdhônnôbadthanks
আশীৰ্বাদaśirbadblessing
স্বাগতśagôtôwelcome
নিৰ্বাণnirbanNirvana
যোগ/য়োগাjog/yogaযোগাসন
আৰ্যarjôAryan
আসনaśônseat
আশ্ৰমasrômhermitage or monastery
অৱতাৰôbôtarAvatar
আয়ুৰ্বেদayurbedআয়ুৰ্বেদ
বন্ধুbôndhufriend
বাসমতীbaśmôtiBasmati rice
ভাংbhaṅBhang
খাটkhaṭcot
ধুতিdhutiDhoti
লুঠluṭhLooting
মায়াmayaMaya
সখাśôkhafriend
স্বামীśamiHusband
লাখlakhLakh
লক্ষ্মীlôkkhiলক্ষ্মী

ছাবষ্ট্ৰেট ভাষা/দেশী (Deśi "Native")

শব্দঅৰ্থ
কানা kanablind
কালা, কালো kala, kalōDark/Black
কুড়ি kuṛitwenty
খোঁচা khõcapoke
খোঁজ khõjnotice
চিংড়ি ciṅṛiPrawn
চুলা culaoven, stove
ছোট choṭôsmall
ঝিনুক jhinukshell
ঝোল jholgravy
টক ṭôksour
ঠ্যাং ṭhæṅleg
ডাব ḍab(green) নাৰিকল
ঢং ḍhoṅguile, dissimulation; fashion
ঢোল ḍholঢোল
পেট peṭbelly
বোবা bobamute
মাঠ maṭhfield, open land
মুড়ি muṛipuffed rice

বিদেশী (Bideśi)

ধ্ৰুপদী পাৰ্চী (Farsi)

শব্দউচ্চাৰণঅৰ্থপ্ৰকৃত ৰূপ
আৱহাওয়া abohawaa.bo.ɦa.waweatherآب و هوا āb-o-hawā
চাকৰি cakrit͡ʃak.rijobچاکری čakri
আয়না aynaaj.namirrorآینه āynah
আৰাম arama.ramcomfortآرام ārām
বকশিশ bôkśiśbok.ʃiʃtipبخشش baxšiš
মুসলমান musôlmanmusol.maˑnMuslimمسلمان musalmān
আস্তে asteas.t̪eslowly, softlyآهسته āhistah "slowly"
কম kômkɔmless, fewكم kam
কাগজ kagôjka.ɡojpaperكاغذ kāğaz
খাৰাপ kharapkʰa.rapbadخراب xarāb
খোদা khodakʰo.d̪agodخدا xoda
খুব khubkʰuˑbvery, greatlyخوب xūb "good"
গৰম gôrômɡɔ.romhotگرم garm
চশম côśômt͡ʃɔʃomeyeچشم čašm
চাকৰ cakôrt͡ʃa.koremployee, servantچاکر čākar
চাদৰ cadôrt͡ʃa.d̪orblanketچادر čādar
জান jand͡ʒaˑndearجان jān
জায়গা jaygad͡ʒae.ɡaplaceجايگاه jāegāh
ডেগচি ḍegciɖeɡ.t͡ʃipotديگچه dēgčah
দম dômd̪ɔˑmbreathدم dam
দেৰ derd̪e.rlateدير dēr
দোকান dokando.kanstore, shopدكان dukān
পৰ্দা pôrdapɔr.d̪acurtainپرده pardah
বদ bôdbɔˑd̪badبد bad
বাগান baganba.ɡangardenباغوان bāğwān
ৰাস্তা rastaras.t̪aroad, wayراسته rāstah
ৰোজ rojroˑd͡ʒeverydayروز rōz "day"
হিন্দু Hinduhin.d̪uHinduهندو Hindū
পছন্দ pôchôndôpɔ.t͡ʃʰon.d̪olike, appreciateپسند pasand
টেক্কা ṭekkaʈek.kaaceتيكه tika "contract"
খুন khunkʰuˑnkillخون xūn "blood"
আঙ্গুৰ āṅguraŋ.gurgrapeانگور angūr
আওয়াজ aoaja.wad͡ʒsoundآواز āwāz

আৰৱী (Arbi)

বাংলা শব্দবাংলা অনুবাদইংৰাজী অৰ্থপ্ৰকৃত ৰূপআইপিএ
আসলaśôlrealأصلaṣl
আহাদahadoneأحدahad
এলাকাelakaareaعلاقة ("relationship")ʕalāqa
ওজনojônweightوزنwazn
কলমkôlômpenقلمqalam
কিসমতkismôtluckقسمةqisma(t)
খবৰkhôbôrnewsخبرxabr
খালাসkhalasconclusionخلاصkhalāṣ
খালিkhaliemptyخاليxālī
খেয়ালkheyalconsiderationخيالxayāl
গৰীবgôribpoorغريبğarīb
জমাjômacollectجمعةjamʿah
তাৰিখtarikhdateتاريخtārīx
দুনিয়াduniyaworldدﻧﯿـاdunya
নকলnôkôlfakeنقلnaql
ফকিৰphôkirpoor personفقيرfaqīr
বদলbodolexchangeبدلbadl
বাকিbakiremainingباقيbāqī
শয়তানśôytanSatanشَيْطَانšayṭan
সাহেবśahebsirصاحبṣāḥib
সনদśônôdcertificateسَنْدsand
সনśônyearسَنَةsanah
হেকিমhekimphysicianحكيمḥakīm
হিসাবhiśabcalculationحسابḥisāb

তুৰ্কী (Turki)

শব্দঅৰ্থমূল ৰূপ
আপা apaelder sister, any unknown adult ladyapa
কোৰমা kormaKormakavurma
খান khanKhanxan
খাতুন khatunKhatunxatun
চকমক cokmoklighterçakmak
বেগম begômladybegüm
ক্যাচি kêci, কাঁচি kãciscissorqãïnçi

পৰ্তুগীজ (Pôrtugij)

শব্দঅৰ্থমূল ৰূপ
আলমাৰি almaricloset, cupboardarmário
আয়া ayanurseaia
ইস্ত্ৰি istri ইস্তিৰি istirito ironestirar
ইস্পাত iśpatsteelespada "sword"
কামিজ kamijshirtcamisa
গামলা gamlabasketgamela "wooden trough"
চাবি cabikeychave
জানালা janalawindowjanela
তামাক tamaktobaccotabaco
পেৰেক pereknailprego
ফিতা phitalace, ribbonfita
বাৰাণ্ডা barandaverandahvaranda
বালতি baltiBucketbalde
বেহালা behalaviolaviola
বোতাম botambuttonbotão
মেজ mejtablemesa
সাবান śabansoapsabão
কেদাৰা kedarachaircadeira
আতা atacustard appleata
আনাৰস anarôśpineappleananás
কাজু kajucashewcajú
কঁপি kôpicabbage, cauliflowercouve
পাঁউ pãuEuropean-style breadpão
পেঁপে pẽpepapayapapaia
নিলাম nilamauctionleilão
পেয়াৰা peyaraguavapera "pear"
সালাদ saladsaladsalada
ক্ৰুশ krushcrosscruz
গিৰ্জা girjachurchigreja
যিশু JiśuJesusJesus
পাদ্ৰি padriCatholic priestpadre
ইংৰেজ iṅgrejEnglishinglês

ডাচ্চ (Olôndaj)

শব্দঅৰ্থমূল ৰূপ
ইস্কাবন iskabôn ইশকাপন iśkapônspadesschoppen
ৰুইতন ruitôndiamondsruiten (lit. "rhombi")
হৰতন hôrotônheartsharten
চিড়িতন ciritonclubsklaveren (lit. "clovers")
তুৰুপ turuptrumptroef
ইস্ক্ৰুপ iskrupscrewschroef

ইংৰাজী (Iṅreji)

শব্দমূল ৰূপ
অফিস ôfiśoffice
জেল jeljail
ডাক্তাৰ ḍaktardoctor
পুলিশ puliśpolice
ব্যাংক baṅkbank
ভোট bhoṭvote
ইস্কুল iśkul স্কুল skulschool
হাসপাতাল haśpatalhospital
কাপ kapcup
গ্লাস glasglass
চেয়াৰ ceyarchair
টেবিল ṭebiltable
বাক্স bakśôbox
লণ্ঠন lônṭhônlantern
প্লাষ্টিক plasṭikplastic
কলেজ kôlejcollege
আস্তাবল astabôlstable
সাইকেল saikelbicycle
টাউট ṭauṭtout
ইঞ্জিন injinengine
ক্যাঙাৰু kæṅgaruকেঙ্গেৰু
বুমেৰাং bumeraṅBoomerang

ফৰাচী (Phôrasi)

শব্দঅৰ্থমূল ৰূপ
ওলন্দাজ olôndajDutchhollandaise
কাৰ্তুজ kartujcartridgecartouche
ৰেস্তোৰাঁ restorãrestaurantrestaurant
শেমিজ śemijChemisechemise "shirt"
পাতি patismallpetit

চীনা (Cīna)

শব্দঅৰ্থমূল ৰূপ
সাম্পান sampanflat-bottomed wooden boat舢舨 sampan

জাপানীজ/নিহোঙ্গো (Japani/Nihoṅgo)

শব্দঅৰ্থমূল ৰূপ
মাঙ্গা maṅgaMangaマンガ manga
সুনামি sunamiছুনামিつなみ tsunami
ৰিকশা rikśāRickshaw力車 rikisha "(man-) driven vehicle"

বাৰ্মিজ (Bôrmī)

শব্দঅৰ্থপ্ৰকৃত ৰূপ
লুঙ্গি luṅgiLongyiလုံချည် lum hkyany
ঘুঘনি ghughni

জাৰ্মান (Jarman)

শব্দঅৰ্থমূল ৰূপ
কিণ্ডাৰগাৰ্টেন kindargartenকিণ্ডাৰগাৰ্টেন
নাৎসি NatsiNazismNazi

ইটালিয়ান (Italīẏô)

শব্দঅৰ্থমূল ৰূপ
ফ্যাসিষ্ট PhasistFascist
ম্যালেৰিয়া malariaমেলেৰিয়া
মাফিয়া maphiyaMafiamafia
ষ্টুডিও studioStudio

তথ্যসূত্ৰ

  1. ↑ India - Magadhan ascendancy. Encyclopedia Britannica
  2. ↑ Dash, Niladri Sekhar. (2015-01-15). A Descriptive Study of Bengali Words. Cambridge University Press. ISBN 978-1-316-22268-3
  3. ↑ Nur, Tanjina Binte. (January–June 2023). Teaching and Learning Persian in Bangladesh: Relevance and Applicability. Sankalp Research Journal. পৃ. 9–19
  4. ↑ Persian in Bengali.: languagehat.com. languagehat.com
  5. ↑ Bari, Sarah Anjum. (2019-04-12). A Tale of Two Languages: How the Persian language seeped into Bengali. The Daily Star
  6. ↑ Languages – Keys to Understanding the Middle East. ohiostate.pressbooks.pub
  7. ↑ BBC - Religions - Islam: Mughal Empire (1500s, 1600s). www.bbc.co.uk

সম্পৰ্কিত শ্ৰেণী

বঙালী ভাষাভাৰতৰ ভাষাবঙালী সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলা শব্দভাণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৭৩ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।