বঙালী ভাষা
৮ প্ৰবন্ধ
-
বঙালী ভাষা
বঙালী ভাষা দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চলৰ এক প্ৰধান ভাৰত-আৰ্য ভাষা, যি বাংলাদেশ আৰু ভাৰতৰ একাধিক ৰাজ্যত দৈনন্দিন জীৱন, শিক্ষা আৰু শাসনত কেন্দ্ৰীয় ভূমিকা পালন কৰে। প্ৰায় ৩০ কোটি ভাষাভাষীৰে ই মাতৃভাষীৰ সংখ্যাৰ দিশত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা বুলি গণ্য।
-
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা) (Bengali Language Movement (Barak Valley)) অসমীয়া ভাষাৰ সৈতে বঙালী ভাষাকো অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত বৰাক উপত্যকাত সংঘটিত হোৱা এটি গণ আন্দোলন।
-
ইউনিক'ডত অসমীয়া–বঙালী লিপি
বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাত বঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে।
-
বঙালী নাম
বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়।
-
বাংলা শব্দভাণ্ডাৰ
বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।
-
মুৰাদ টাকলা
মুৰাদ টাকলা (মুব়াদ টাকলা) হৈছে ২০১০-ৰ দশকৰ পৰা বাংলাদেশী কৌতুকত ব্যৱহৃত এটা বাক্যাংশ। ইয়াৰ দ্বাৰা লেটিন লিপি ব্যৱহাৰ কৰি, অনিচ্ছাকৃতভাৱে এক উদ্ভট বা অগতানুগতিক ধৰণে বাংলা শব্দ লিখাটোৱে তেওঁলোকৰ বাবে বিকৃত অৰ্থ সৃষ্টি কৰে যিসকল হ'ব বিচাৰে।
-
বাংলিশ
বাংলিশ (Banglish) বা বাংৰেজী (Bangreji, বাংলা: বাংব়েজি) হ'ল বাংলা আৰু ইংৰাজী ভাষাৰ এক মিশ্ৰিত ব্যৱহাৰ বা "কোড চুইচিং"। এই ভাষাগত মিশ্ৰণ বুজাবলৈ ১৯৭২ চনত প্ৰথমবাৰৰ বাবে "বেংলিশ" আৰু ১৯৭৫ চনত "বাংলিশ" শব্দটো ব্যৱহাৰ কৰা হৈছিল। লিখিত প্ৰসংগত বেংলিশ বা বাংলিশে মূলতঃ ৰোমানীকৃত বাংলাক বুজায়।
-
শাবাব মুস্তাফা
শাবাব মুস্তাফা (জন্ম ২১ জুলাই ১৯৮৬) এগৰাকী বংলাদেশী ৱেব ডেভেলপাৰ আৰু ৱিকিমিডিয়া বাংলাদেশৰ সভাপতি, লগতে একাউণ্টিঙৰ প্ৰাক্তন শিক্ষক, আৰু বাংলা ভাষাৰ প্ৰযুক্তি আৰু মুক্ত জ্ঞানৰ কৰ্মী। তেওঁ উবুন্টু আৰু লিনাক্স ব্যৱহাৰকাৰীৰ স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত।