অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰশান্ত কুমাৰ দাস

প্ৰশান্ত কুমাৰ দাস (Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত কুমাৰ দাস (Prasanta Kumar Das) এগৰাকী অসমীয়া গল্পকাৰ। ছাত্ৰাৱস্থাতে প্ৰান্তিক আলোচনীৰ পাতত তেওঁ গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।

সাহিত্যকৃতি

গল্প সংকলন

  1. এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ (১৯৯৭)
  2. অ'থেলো, এপ্ৰিল ৯৯ (১৯৯৯, অভিনেতা-লেখক তপন দাসৰ সৈতে যুটীয়াভাৱে)
  3. কাহিনী এটাৰ কাহিনী (২০০৪)
  4. দ্য ডাউন টাউন (২০০৬)
  5. গল্পবোৰ (২০১৪)
  6. মৃন্ময়ী ভেনাছ (২০১৯)
  7. স্বনিৰ্বাচিত গল্প (২০২২)

উপন্যাস

  1. নীল তমালৰ ৰ’দ

অনুবাদ ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক

সাংবাদিকতা

প্ৰশান্ত কুমাৰ দাস সাদিন কাকতৰ সহকাৰী সম্পাদক আছিল। বৰ্তমান তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক ৰূপে কাৰ্যবিৰ্বাহ কৰি আছে।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত কুমাৰ দাস” প্ৰবন্ধৰ সংশোধন ৪০৩১২৭ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।