পূব মৈথিলী বা পূৰ্বী মৈথিলী হৈছে মৈথিলী ভাষাৰ এটা উপভাষা, যিটো প্ৰধানকৈ ভাৰতৰ মিথিলা অঞ্চলত কোৱা হয়। ইয়াক প্ৰধানকৈ ভাৰতৰ বিহাৰ ৰাজ্যৰ পূৰ্ণিয়া বিভাগত কোৱা হয়।১২ ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ভাষাৰ প্ৰায় ১১,১১৬ জন বক্তা আছে।৩ ই ভাগলপুৰ আৰু দুমকা অঞ্চলত কোৱা অংগিকা ভাষাৰ সৈতে বহুত মিল আছে।
তথ্যসূত্ৰ
- ↑ George Abraham, Grierson. (1909). An introduction to Maithili language
- ↑ Language-Maithili-Eastern. GlobalRecordings.net
- ↑ Language census of India 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব মৈথিলী” প্ৰবন্ধৰ সংশোধন ৪৫৯৮৬৮ (৩০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।