অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৱমী গগৈ

নৱমী গগৈ (Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নৱমী গগৈ (Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব। আৰ চি চি ২ নৱমী গগৈৰ উপন্যাস। আমাৰ অসম, দৈনিক জনমভূমিত বিভিন্ন সময়ত লেখা প্ৰকাশ হোৱা ড° গগৈ স্বৰ্ণলিপি মাহেকীয়া আলোচনীৰ সমীক্ষক মণ্ডলীৰ এগৰাকী সদস্য। তেওঁৰ গৱেষণাৰ বিষয় আছিল – টুকং আৰু আইতন ভাষাৰ ৰূপতত্ত্ব: বৈপৰীত্যমূলক অধ্যয়ন। ১

সাহিত্যৰাজি

  • টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ, অসম প্ৰকাশন পৰিষদ,
  • আইতন ভাষাৰ ৰূপতত্ত্ব
  • আৰ চি চি ২, অসম বুক ট্ৰাষ্ট, ২০২০

তথ্যসূত্ৰ

  1. ↑ Dr. Nabami Gogoi, MA & Phd (HOD)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱমী গগৈ” প্ৰবন্ধৰ সংশোধন ৫৩১৬৫৫ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।