অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নহৰী ভাষা

নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ছত্তীসগঢ় আৰু উৰিষ্যা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ছত্তীসগঢ় আৰু ওড়িশা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Nahari at Ethnologue (18th ed., 2015)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নহৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৭৭৬৯ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।