অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তৰা (অসমীয়া অভিনেত্ৰী)

তাৰা (জন্ম ৩ আগষ্ট ১৯৪৪, ভাৰত মণিপুৰ ইম্ফল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি প্ৰায় ৫ দশক ধৰি অসমীয়া, মণিপুৰী, পঞ্জাৱী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।, তেখেতৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ১৯৮৮ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰায়ে বাওধান খাই,…

হালনাগাদ: ২৪ ডিচেম্বৰ ২০২৫ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

তাৰা (জন্ম ৩ আগষ্ট ১৯৪৪, ভাৰত মণিপুৰ ইম্ফল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি প্ৰায় ৫ দশক ধৰি অসমীয়া, মণিপুৰী, পঞ্জাৱী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।, তেখেতৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ১৯৮৮ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰায়ে বাওধান খাই, বেনাৰস-এ মিষ্টিক লাভ ষ্ট'ৰী, আৰু ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত শকুন্তলা।২০০৭ চনৰ ১৯ মে "ত অসম গুৱাহাটী চহৰত তেখেতৰ মৃত্যু হয়।

চলচ্চিত্ৰগ্ৰাফী

  • কাহানী গুড়িয়া কি (২০০৭)
  • বেনাৰস (২০০৬) বা বেনাৰসঃ এ মিষ্টিক লাভ ষ্ট 'ৰী
  • জী আয়ান নু (২০০৩)
  • মীমেনক্সা (১৯৯৪) বা দ্য ভাৰ্ডিক্ট (India: English title)
  • Ishanou (১৯৯০) বা
  • অজলা ককাই (১৯৮৯)
  • কোলাহল (১৯৮৮)
  • হালধীয়া চোৰায়ে বাওধন খায় (১৯৮৭)
  • সন্ধ্যা ৰাগ (১৯৭৭)
  • অৰণ্য (১৯৭১)
  • অপৰাজেয় (১৯৭০)
  • ড° বেজবাৰুৱা (১৯৬৯)
  • মৰম তৃষ্ণা (১৯৬৮)
  • ইটো সিটো বহুটো (১৯৬৩)
  • শকুন্তলা (১৯৬১)
  • ৰঙা পুলিচ (১৯৫৮)
  • মাক আৰু মৰম (১৯৫৭)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীমেইতেই চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰা (অসমীয়া অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৬৫৯৭০ (২৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।