ডেণ্ড্ৰবিয়াম এডুনকাম (এঞ্জেলফিছ অৰ্কিড বা ইনৱাৰ্ড-বেণ্ট ডেণ্ড্ৰবিয়াম) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই দক্ষিণ চীন (গুৱাংডং, গুৱাংচি, গুইঝৌ, হাইনান, হুনান, ইউনান), পূব হিমালয় (অসম, ছিকিম, অৰুণাচল প্ৰদেশ, ভূটান, ম্যানমাৰ), আৰু উত্তৰ ইণ্ডোচাইনা (লাওছ, থাইলেণ্ড, ভিয়েটনাম)ৰ স্থানীয়।১২৩ ই এবিধ এপিফাইট আৰু পাহাৰীয়া অৰণ্যৰ গছৰ ডালত বৃদ্ধি পায়।২
বাহ্যিক সংযোগ
- IOSPE orchid photos, Dendrobium aduncum Lindl. 1842, Photo courtesy of Patricia Harding
- Ricardo's Blog, orchids, parrots, fish and people: Dendrobium aduncum Lindl. 1842, some curious translucid flowers
- Andy's Orchids (Encinitas California USA), Genus: Dendrobium Species: aduncum Origin: Burma
- Clear Mountain Garden Treasures
- 钩状石斛 Dendrobium aduncum Lindl. - Flora Republicae Popularis Sinicae 《中国植物志》
- Hoa dong noi, Hoàng Thảo Thập Hoa / Hồng Câu (Dendrobium aduncum Lindl.)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেণ্ড্ৰবিয়াম এডুনকাম” প্ৰবন্ধৰ সংশোধন ৬১৬৫২৬ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।