অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চায়না ৩ লিচু

চায়না ৩ হৈছে বাংলাদেশ, আৰু চীন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু জাত। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চায়না ৩ হৈছে বাংলাদেশ, আৰু চীন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু জাত।১ ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি।২ চায়না ৩ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ৰসাল ১.৫-২.০ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১৫-১৮ ফুট উচ্চতা বিশিষ্ট হয়।৩

লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত চায়না ৩ সৰ্বোৎকৃষ্ট প্ৰকাৰ।৪ দক্ষিণ এছিয়াৰ প্ৰায় প্ৰতিখন অঞ্চলত লিচু হয়, যদিও বাংলাদেশ, আৰু চীনে এ জাতেৰ লিচু সৰ্বাধিক উৎপাদন কৰা হয়। কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ চায়না ৩. jeeon.com.bd
  2. ↑ উন্নত জাতেৰ লিচু চাষ. infokosh.gov.bd
  3. ↑ চায়না-৩ লিচুৰ বৈশিষ্ট্য. dinajpur.gov.bd. দিনাজপুৰ
  4. ↑ লিচুৰ ফলন বৃদ্ধিৰ আধুনিক পদ্ধতি. mna.com.bd
  5. ↑ Siddiqui, S. B. M. Abu Baker. (29 August 2002). Lychee Production in Bangladesh. Food and Agriculture Organization. Regional office for Asia and the pacific, Bangkok, Thailand

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চায়না ৩ লিচু” প্ৰবন্ধৰ সংশোধন ৩৮০৮০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।