অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গণ (জীৱবিদ্যা)

গণ( genus plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ…

হালনাগাদ: ৭ নৱেম্বৰ ২০২৩ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গণ( genus plural: genera) হৈছে, জীৱবৈজ্ঞানিক বৰ্গীকৰণত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ গণটোৰ অন্তৰ্গত দুটা প্ৰজাতি।

ইতিহাস

ফৰাচী উদ্ভিদবিজ্ঞানী জোসেফ পিটন ডি ট্যুৰনিফোৰ্ট (১৬৫৬–১৭০৮)ক, "গণৰ আধুনিক ধাৰণাৰ প্ৰতিষ্ঠাতা" বুলি কোৱা হয়১।

গণবাচক নাম

গণৰ বৈজ্ঞানিক নামটোক, গণবাচক নাম বুলিও কোৱা। জীৱৰ বৈজ্ঞানিক নামকৰণত গণবাচক নামে নিৰ্ণায়ক ভূমিকা পালন কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stuessy, T. F. (2009). Plant Taxonomy: The Systematic Evaluation of Comparative Data. Columbia University Press. পৃ. 42. ISBN 9780231147125

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণ (জীৱবিদ্যা)” প্ৰবন্ধৰ সংশোধন ৩৯০৬৪৮ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।