অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰলেখা (নৃত্যশিল্পী)

চন্দ্ৰলেখা প্ৰভুদাস পেটেল (Chandralekha Prabhudas Patel; ৬ ডিচেম্বৰ ১৯২৮ – ৩০ ডিচেম্বৰ ২০০৬) ভাৰতৰ এগৰাকী নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ, যাক সাধাৰণতে চন্দ্ৰলেখা নামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলৰ ভতিজী আছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰলেখা প্ৰভুদাস পেটেল (Chandralekha Prabhudas Patel; ৬ ডিচেম্বৰ ১৯২৮ – ৩০ ডিচেম্বৰ ২০০৬) ভাৰতৰ এগৰাকী নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ, যাক সাধাৰণতে চন্দ্ৰলেখা নামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলৰ ভতিজী আছিল। তেওঁ ভাৰতনাট্যমক যোগ আৰু কলাৰিপ্পায়াট্টুৰ দৰে যুদ্ধ কলাৰ সৈতে মিশ্ৰিত প্ৰদৰ্শনৰ প্ৰতিপাদক আছিল। ২০০৪ চনত সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ বঁটা, সংগীত নাটক একাডেমী ফেল’শ্বিপ লাভ কৰে।

চন্দ্ৰলেখাই মহাৰাষ্ট্ৰৰ ৱডাত এজন নাস্তিক চিকিৎসক পিতৃ আৰু এগৰাকী ভক্তিৱান হিন্দু মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ শৈশৱ জন্মভূমি গুজৰাট আৰু মহাৰাষ্ট্ৰত কটায়।১

বঁটা আৰু স্বীকৃতি

তথ্যসূত্ৰ

  1. ↑ (9 February 2007). Chandralekha: Controversial Indian dancer whose ideas challenged convention. The Guardian
  2. ↑ (19 October 2003). 'Kalidas Samman' for Chandralekha. দ্য হিন্দু
  3. ↑ Sangeet Natak Akademi Ratna Sadasya (Fellowship). সংগীত নাটক একাডেমী

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কৰিঅ'গ্ৰাফাৰসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰলেখা (নৃত্যশিল্পী)” প্ৰবন্ধৰ সংশোধন ৪৯১১৪৬ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।