অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সীমাবদ্ধ

সীমাবদ্ধ ( Seemabaddha; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সীমাবদ্ধ ( Seemabaddha; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ।১ ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সীমাবদ্ধ ৰায়ৰ কলকাতা ত্ৰিল’জীৰ তৃতীয়খন ছবি। কলকাতা ত্ৰিল’জীৰ প্ৰথমখন ছবি আছিল প্ৰতিদ্বন্দী (১৯৭০) আৰু দ্বিতীয়খন জন অৰণ্য (১৯৭৬)। এই চিৰিজৰ ছবিসমূহত কলিকতাৰ দ্ৰুত আধুনিকীকৰণ, উত্থানশীল কৰ্পৰেট সংস্কৃতি আৰু লোভ আৰু নিগনি দৌৰৰ অসাৰতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।২ ৩৩ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে FIPRESCI বঁটা আৰু ১৯৭১ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৩

অভিনয়ত

  • শৰ্মিলা ঠাকুৰ (সুদৰ্শনা)
  • বৰুণ চন্দ (শ্যমালেন্দু চেতাৰ্জী)
  • পাৰমিতা চৌধুৰী (দোলন)
  • হৰিন্দ্ৰনাথ চট্টোপধ্যায় (চাৰ বীৰেণ ৰায়)
  • দীপাংকৰ দে (সেন)
  • অজয় বেনাৰ্জী (তালুকদাৰ)
  • হাৰাধন বন্দোপধ্যায় (নীলাম্বৰ)
  • ইন্দিৰা ৰায় (শ্যামলৰ মাক)
  • প্ৰমোদ গাংগুলী (শ্যামলৰ দেউতাক)

মিচ শেফালী

বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Roy Armes. (29 July 1987). Third World Film Making and the West. University of California Press. পৃ. 237–. ISBN 978-0-520-90801-7
  2. ↑ Andrew Robinson. (1989). Satyajit Ray: The Inner Eye. University of California Press. পৃ. 200–. ISBN 978-0-520-06946-6
  3. ↑ John W. Hood. (2008). Beyond the world of apu: the films of Satyajit Ray. Orient Longman. পৃ. 180. ISBN 978-81-250-3510-7
  4. ↑ Seemabaddha @ SatyajitRay.org

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমাবদ্ধ” প্ৰবন্ধৰ সংশোধন ৫৬৪১২৬ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।