গোলাপীমূৰীয়া হাঁহ (Pink-headed duck) হৈছে উত্তৰ-পূব ভাৰতৰ এবিধ বিপন্ন পক্ষী। গোলাপীমূৰীয়া হাঁহৰ বৈজ্ঞানিক নাম ৰ’ড’নেছা কেৰিঅ’ফাইলেচিয়া (Rhodonessa caryophyllacea)।১ হিন্দীত “গুলাব চিৰ” আৰু বঙালী ভাষাত “লাল শিৰ” বুলি কোৱা হয়।
অতীতত গংগা আৰু ব্ৰহ্মপুত্ৰ নদ দুখনৰ নামনি ভাগৰ দ অঞ্চলবোৰত বসতি কৰিছিল। বৰ্তমানৰ বাংলাদেশৰ জনবসতি নথকা অঞ্চলত এই পক্ষীবিধ পোৱা গৈছিল বুলি জনা যায়।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Pink-headed Duck. Globalwildlife.org
- ↑ (17 jul, 2013). জিজ্ঞাস. পৃ. 10
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপীমূৰীয়া হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭১৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।