অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৱি শাস্ত্ৰী

কৱি শাস্ত্ৰী (Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।

হালনাগাদ: ১৬ এপ্ৰিল ২০২১ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৱি শাস্ত্ৰী (Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা১। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।

চলচ্চিত্ৰপঞ্জী

নামবৰ্ষচৰিত্ৰভাষাটোকাতথ্যসূত্ৰ
হলবী চিটি২০০১আচফইংৰাজীধাৰাবাহিক খণ্ড: ৰাণএৱে #৩.১২১
ইউগেটমি২০০৩-২০০৫এসইংৰাজীধাৰাবাহিক ৪৭টা খণ্ড
ইট কুড বি ইউ২০০৫সিদইংৰাজীচলচ্চিত্ৰ
দা বিল২০০৫চাদিক কালিয়াইংৰাজীধাৰাবাহিক খণ্ড: 362 #২১.৯০
পপকৰ্ণ২০০৭কাৰ্লইংৰাজীচলচ্চিত্ৰ
ফেয়াৰী টেল্চ২০০৮সাজইংৰাজীটিভি মিনি চিৰিজ খণ্ড: দা এম্প্ৰেচেচ নিউ ক্লোথ #১.০৩
লাভ আজ কল২০০৯জাত (ছেইফ আলি খানৰ বন্ধু)হিন্দী ভাষাচলচ্চিত্ৰ১
ৰিস্তা ডট কম২০১০ৰোহন মেহৰাহিন্দীধাৰাবাহিক ২৬টা খণ্ড
মুঝচে ফ্ৰেণ্ডচিপ কৰোগে২০১১সিদ্ধান্ত শেখৰহিন্দীচলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Kavi Shastri on IMDb

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাযুক্তৰাজ্যৰ ব্যক্তিভাৰতীয় মূলৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৱি শাস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ২৭১৪০০ (১৬ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।