অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃপানাথ মল্লাহ

কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য।

হালনাগাদ: ১৯ জুলাই ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কৃপানাথ মল্লাহ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সংসদ হিচাপে লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলৰ এজন সদস্য। তেওঁ ২০১১ আৰু ২০১৬ চনত ৰাতাবাৰী সমষ্টিৰপৰা অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।২৩৪ইয়াৰ পূৰ্বে ২০১১ চনত ৰাতাবাৰী সমষ্টিৰপৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।৫৬তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিৰুদ্ধে ১৮৩৬০টা ভোটৰ ব্যৱধানত জয়ী হয়। মল্লাই ৫,৪৫,০৯৩টা ভোট লাভ কৰাৰ বিপৰীতে চৌধুৰীয়ে ৫,২৬,৭৩৩টা ভোট লাভ কৰে।৭৮

আৰম্ভণি জীৱন

১৯৭৩ চনৰ ১৫ অক্টোবৰত জন্মগ্ৰহণ কৰা মাল্লাৰ ঘৰ কৰিমগঞ্জ জিলাৰ বিদ্যানগৰ গাঁও(বিদ্যানগৰ চাহবাগিছা)ত। তেওঁ ১৯৯৭ চনত কৰিমগঞ্জ মহাবিদ্যালয়(অসম বিশ্ববিদ্যালয়)ৰ অধীনৰ পৰা বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰে।৯১০

ৰাজনীতি জীৱন

তেওঁ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথমতে পঞ্চায়তৰ সভাপতি হৈছিল। পৰৱৰ্তীসময়ত বিধায়ক আৰু তাৰ পিছত লোকসভা সদস্যলৈ নিৰ্বাচিত হৈ সাংসদ হিচাপে কাৰ্যভাৰ পালন কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ Profile: Kripanath Mallah. indiatimes.com. Times of India
  2. ↑ MLA team visits Bangla border in Karimganj
  3. ↑ Political defection of Indian netas in recent past
  4. ↑ Assam election results: Highest and lowest margin
  5. ↑ Nine Congress MLAs in Assam join BJP
  6. ↑ Tewari, Anadi. (22 July 2024). Election of BJP MP Kripanath Mallah to Lok Sabha challenged before Gauhati High Court. barandbench.com. Barand Bench
  7. ↑ Parashar, Utpal. (22 July 2024). Gauhati highcourt issues summon against Karimganj BJP MP. হিন্দুস্তান টাইমছ
  8. ↑ Singh, Bikash. (22 July 2024). Highcourt issues notices to MP, EC and returning officer. economictimes.com. Economic Times
  9. ↑ Mallah, Shri Kripanath. Lok Sabha
  10. ↑ Kripanath Mallah(Bharatiya Janata Party(BJP)):Constituency- KARIMGANJ(ASSAM) - Affidavit Information of Candidate. myneta.info

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃপানাথ মল্লাহ” প্ৰবন্ধৰ সংশোধন ৬১৮১৮৮ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।