অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিলীপ কুমাৰ পাল

দিলীপ কুমাৰ পাল এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৯ মাৰ্চত অসমৰ কাছাৰ জিলাৰ শিলচৰত হৈছিল। তেওঁ শিলচৰ বিধান সভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০২০-২১ চনত নিজ বিজেপি দলৰ ভিতৰত কিছু বিতৰ্কৰ বাবে দল ত্যাগ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দিলীপ কুমাৰ পাল এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৯ মাৰ্চত অসমৰ কাছাৰ জিলাৰ শিলচৰত হৈছিল। তেওঁ শিলচৰ বিধান সভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০২০-২১ চনত নিজ বিজেপি দলৰ ভিতৰত কিছু বিতৰ্কৰ বাবে দল ত্যাগ কৰিছিল।১২৩৪৫

তথ্যসূত্ৰ

  1. ↑ Dilip Kumar Paul personal website
  2. ↑ My Neta
  3. ↑ Dilip Kumar Paul becomes dy speaker unopposed
  4. ↑ Dilip Kumar Paul was today unanimously elected deputy speaker
  5. ↑ Dilip Kumar Paul becomes dy speaker unopposed

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ কুমাৰ পাল” প্ৰবন্ধৰ সংশোধন ৬৩৭২৪২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।