ৰাধেশ্যাম বিশ্বাস ভাৰতীয় ৰাজনীতিবিদ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।১তেওঁ ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।
তথ্যসূত্ৰ
- ↑ Radheshyam Biswas. National Portal of India: Indian Parliament
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধেশ্যাম বিশ্বাস” প্ৰবন্ধৰ সংশোধন ৫৭১৯৯২ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।