অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা

{| ! বৰ্ষ !! বঁটা !! সন্মানিত কৰা সংস্থা !! টোকা |- | ১৯৯৫ || কালাইমামণি || তামিলনাডু চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে |- | ২০০০ || পদ্মশ্ৰী || ভাৰত চৰকাৰ || চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা |- | ২০০১ || আৱধ সম্মান || উত্তৰ প্ৰদেশ চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা ব্যতিক্ৰমী তথা…

হালনাগাদ: ২ ডিচেম্বৰ ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ
+ এ. আৰ. ৰহমানে লাভ কৰা বঁটাসমূহৰ তালিকা
শ্লামড'গ মিলিয়নাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰাৰ পাছত চেন্নাইৰ নিজা বাসগৃহত এ. আৰ. ৰহমান
{| ! বঁটা আৰু মনোনয়ন |- | বঁটা | | জয়ী | | মনোনীত |- |; অস্কাৰ বঁটা | | | | |- |; বাফটা বঁটা | | | | |- |; ক্ৰিটিক্স চইচ্ বঁটা | | | | |- |; ফিল্মফেয়াৰ বঁটা | | | | |- |; ফিল্মফেয়াৰ বঁটা দক্ষিণ | | | | |- |; আইফা বঁটা | | | | |- |; গ'ল্ডেন গ্ল'ব বঁটা | | | | |- |; গ্ৰেমী বঁটা | | | | |- |; এম.টি.ভি. এছিয়া বঁটা | | | | |- |; এম.টি.ভি. ভিডিঅ' মিউজিক বঁটা | | | | |- |; ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | | | | |- |; ছেটেলাইট বঁটা | | | | |- |; তামিলনাডু চলচ্চিত্ৰ বঁটা | | | | |- |; বিজয় বঁটা | | | | |- |; ৱ'ৰ্ল্ড ছাউণ্ডট্ৰেক বঁটা | | | | |}
; জয়ী আৰু মনোনীত হোৱাৰ সৰ্বমুঠ সংখ্যা
Footnotes

সন্মানীয় বঁটা

চৰকাৰী

বৰ্ষবঁটাসন্মানিত কৰা সংস্থাটোকা
১৯৯৫কালাইমামণিতামিলনাডু চৰকাৰসংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০০০পদ্মশ্ৰী১ভাৰত চৰকাৰচতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা
২০০১আৱধ সম্মানউত্তৰ প্ৰদেশ চৰকাৰসংগীতজগতলৈ আগবঢ়োৱা ব্যতিক্ৰমী তথা মেধাৱী অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০০৪ৰাষ্ট্ৰীয় লতা মংগেশকাৰ বঁটা২মধ্য প্ৰদেশ চৰকাৰসংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে
২০১০পদ্মভূষণ৩ভাৰত চৰকাৰতৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা

সন্মানীয় ডক্টৰেট

বৰ্ষসন্মানিত কৰা সংস্থা
২০০৯আন্না বিশ্ববিদ্যালয়৪
২০০৯আলিগড় বিশ্ববিদ্যালয়৫
২০০৯মিডিলসেক্স বিশ্ববিদ্যালয়৬
২০১৪স্কটলেণ্ডৰ ৰয়েল সংগীতবিদ্যালয় ৭৮
২০১৪বাৰ্কলী কলেজ অৱ মিউজিক ৯

অন্যান্য সন্মানীয় বঁটা

  • ১৯৯৪ – সংস্কৃতি বঁটা১০
  • ১৯৯৫ – বোম্মাই নাগী ৰেড্ডী বঁটা১১
  • ১৯৯৫ – ম'ৰিটিয়াছ ৰাষ্ট্ৰীয় বঁটা১২
  • ১৯৯৫ – মালায়ছিয়ান বঁটা১২
  • ১৯৯৫ – ৰাজীৱ গান্ধী বঁটা১১
  • ১৯৯৬ – 'গণ কলাধৰ'১৩
  • ২০০১ – আল-আমীন এডুকেচন ছ'চাইটি কমিউনিটি বঁটা
  • ২০০২ – আমিৰ খুছৰো সংগীত নৱাজ বঁটা
  • ২০০৫ – মহাবীৰ-মহাত্মা বঁটা১৪
  • ২০০৬ – ষ্টানফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰদান কৰা সন্মানীয় বঁটা১৫
  • ২০০৬ – সনাতন সংগীত পুৰস্কাৰ১১
  • ২০০৬ – স্বৰ্ণলতা যেশুদাস বঁটা১৬
  • ২০০৭ – লিমকা বুক অৱ ৰেকৰ্ডছ ইণ্ডিয়ান অৱ দ্যা ইয়েৰ১৭
  • ২০০৮ – CNN-IBN গ্লোবেল ইণ্ডিয়ান অৱ দ্যা ইয়েৰ১৮
  • ২০০৮ – NDTV ইণ্ডিয়ান অৱ দ্যা ইয়েৰ১৯
  • ২০০৮ – ৰ'টাৰী ক্লাৱ অৱ মাড্ৰাছ (জীৱনজোৰা কৃতিত্ব বঁটা)২০
  • ২০০৯ – CNN-IBN এণ্টাৰটেইনাৰ অৱ দ্যা ইয়েৰ২১
  • ২০০৯ – CNN-IBN ইণ্ডিয়ান অৱ দ্যা ইয়েৰ২২
  • ২০০৯ – NDTV গ্লোবেল ইণ্ডিয়ান এণ্টাৰটেইনাৰ বঁটা২৩
  • ২০০৯ – UK এছিয়ান সংগীত বঁটা২৪
  • ২০০৯ – বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিবোৰৰ তালিকাত টাইম আলোচনীৰ দ্বাৰা নাম সংযোজন২৫
  • ২০১০ – দশম বাৰ্ষিক মহিন্দ্ৰা ইণ্ডো-আমেৰিকান কলা পৰিষদ চলচ্চিত্ৰ মহোত্সৱ২৬
    • বিশেষ কৃতিত্ব বঁটা
  • ২০১০ – ব্ৰিটিছ এছিয়ান বঁটা২৪
  • ২০১০ – ইন্দিৰা গান্ধী বঁটা২৭
  • ২০১০ – FICCI গ্লোবেল আইকন২৮
  • ২০১০ – "ক্ৰিষ্টেল বঁটা"২৯
    • জীৱনজোৰা কৃতিত্ব বঁটা
  • ২০১১ – GQ লেজেণ্ড অৱ দ্যা ইয়েৰ৩০
  • ২০১১ – অষ্টম ডুবাই আন্তজাৰ্তিক চলচ্চিত্ৰ মহোত্সৱত জীৱনজোৰা কৃতিত্ব বঁটা৩১
  • ২০১২ – ভাকলিপ আইকনচ অৱ দ্যা ইয়েৰ ২০১২৩২

চলচ্চিত্ৰ বঁটা তথা মনোনয়নসমূহ

একাডেমী বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৯শ্লামড'গ মিলিয়নাৰসৰ্বশ্ৰেষ্ঠ মূল স্কোৰrowspan="2"
সৰ্বশ্ৰেষ্ঠ মূল গীত (গুলজাৰৰ সৈতে ভাগ বতৰা কৰা হৈছে) (জয় হো গীতটোৰ বাবে)
সৰ্বশ্ৰেষ্ঠ মূল গীত (এম.আই.এ.ৰ সৈতে ভাগ বতৰা কৰা হৈছে) (অ'.... ছায়া গীতটোৰ বাবে)rowspan="3"
২০১১127 Hoursসৰ্বশ্ৰেষ্ঠ মূল স্কোৰ
সৰ্বশ্ৰেষ্ঠ মূল গীত (ডিড' আৰু ৰল্ল' আৰ্মষ্ট্ৰংৰ সৈতে ভাগ বতৰা কৰা হৈছে) (If I Rise গীতটোৰ বাবে)

বাফটা বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৯শ্লামড'গ মিলিয়নাৰসৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সংগীত
২০১১127 Hoursসৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সংগীত

গ'ল্ডেন গ্ল'ব বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৯শ্লামড'গ মিলিয়নাৰসৰ্বশ্ৰেষ্ঠ মূল স্কোৰ
২০১১127 Hoursসৰ্বশ্ৰেষ্ঠ মূল স্কোৰ

গ্ৰেমী বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৯শ্লামড'গ মিলিয়নাৰচলচ্চিত্ৰ, দূৰদৰ্শন তথা অন্য দৃষ্টি-সম্বন্ধীয় মাধ্যমৰ বাবে সংকলিত সৰ্বশ্ৰেষ্ঠ ছাউণ্ডট্ৰেক এলবাম৩৩rowspan="2"
চলচ্চিত্ৰ, দূৰদৰ্শন তথা অন্য দৃষ্টি-সম্বন্ধীয় মাধ্যমৰ বাবে ৰচিত সৰ্বশ্ৰেষ্ঠ গান (জয় হো)

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
১৯৯২ৰোজাসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনাrowspan="4" ৩৪৩৫৩৬৩৭
১৯৯৬মিনছাৰা কানাবু
২০০১লগান
২০০২কান্নাথিল মুথামিট্টল

তামিলনাডু ৰাজ্য চলচ্চিত্ৰ বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
১৯৯২ৰোজাসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনাrowspan="5" ৩৮৩৯৪০
১৯৯৩জেণ্টেলমেন
১৯৯৪কাধালান
১৯৯৬মিনছাৰা কানাবু
১৯৯৯সংগমম

ফিল্মফেয়াৰ বঁটা

ছাউণ্ডট্ৰেক

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
১৯৯৬ৰংগীলাসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালনাstyle="text-align:center; " rowspan="5"
১৯৯৯দিল চে
২০০০তাল
২০০১লগান
২০০৩সাথিয়া
২০০৪স্বদেশstyle="text-align:center; " rowspan="1"
২০০৭ৰংগ দে বাসন্তীstyle="text-align:center; " rowspan="5"
২০০৮গুৰু
২০০৯যোধা আকবৰ
২০১০দিল্লী ৬
২০১২ৰ'কষ্টাৰ
২০১৩ৰানঝনাstyle="text-align:center; " rowspan="3"
২০১৪হাইৱে
২০১৫তমাশা

আবহ সংগীত

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৩দ্যা লেজেণ্ড অৱ ভগত সিংসৰ্বশ্ৰেষ্ঠ আবহ সংগীতrowspan="4"
২০০৫স্বদেশ
২০০৮গুৰু
২০০৯যোধা আকবৰ

বিশেষ বঁটা

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
১৯৯৫ফিল্মফেয়াৰ আৰ.ডি. বৰ্মণ বঁটানতুন সংগীত প্ৰতিভা

ফিল্মফেয়াৰ বঁটা দক্ষিণ

তামিল

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
১৯৯৩ৰোজাসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকrowspan="14"
১৯৯৪জেণ্টেলমেন
১৯৯৫কাধালান
১৯৯৬বোম্বে
১৯৯৭কাধাল দেশম
১৯৯৮মিনছাৰা কানাবু
১৯৯৯জীনছ্
২০০০মুধলবান
২০০১আলাইপায়ুথে
২০০৭সিল্লনু উৰু কাধাল
২০০৮শিৱাজী: দ্যা বছ
২০১১বিন্নাই বাৰুবায়া
২০১৪কাদল
২০১৬আই (ইংৰাজী ভাষা: I)

তেলেগু

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০১১য়ে মায়া চেছাৱেসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালক

আইফা (IIFA) বঁটা

ছাউণ্ড ট্ৰেক

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০০তালসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকrowspan="7"
২০০২লগান
২০০৩সাথিয়া' |- | style="text-align:center; " | ২০০৭ | style="text-align:center; " | ৰংগ দে বাসন্তী |- | style="text-align:center; " | ২০০৮ | style="text-align:center; " | গুৰু |- | style="text-align:center; " | ২০০৯ | style="text-align:center; " | যোধা আকবৰ |- | style="text-align:center; " | ২০১২ | style="text-align:center; " | ৰ'কষ্টাৰ''

আবহ সংগীত

বৰ্ষচলচ্চিত্ৰশ্ৰেণীফলাফল
২০০৮গুৰুসৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকrowspan="3"
২০০৯যোধা আকবৰ
২০১২ৰ'কষ্টাৰ

বিশেষ বঁটা

বৰ্ষশ্ৰেণীফলাফল
২০০৮আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰত এজন ভাৰতীয়ৰ দ্বাৰা আগবঢ়োৱা অসামান্য অৱদানrowspan="2"
২০০৯আইফা (IIFA) দশকটোৰ সংগীত পৰিচালক

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (26 January 2000). Padma Vibhushan, Padma Bhushan, Padma Shri awardees. দ্য হিন্দু
  2. ↑ (21 February 2005). A R Rehman to receive 'Lata Mangeshkar Award'. indianinfo.com
  3. ↑ Padma Bhushan for Rahman, Aamir; Segal gets Padma Vibhushan. Press Trust of India. The Hindustan Times
  4. ↑ (3 March 2009). Rahman to be awarded honorary doctorate. দ্য হিন্দু
  5. ↑ (26 February 2009). AMU to honour Rahman. দ্য হিন্দু
  6. ↑ (18 July 2009). UK university confers Doctorate on A R Rahman. দ্য হিন্দু
  7. ↑ (1 February 2014). Scotland pays tribute to AR Rahman. Behindwoods.com
  8. ↑ (1 February 2014). Another Doctorate for ARR. Indiaglitz.com
  9. ↑ Hirsch, Mark. With Berklee Honorary Degree, A.R. Rahman Comes Full Circle. Boston Globe
  10. ↑ Sanskriti Awards – Winners List. Sanskriti Foundation
  11. ↑ (n.d.). A. R. Rahman – Talent Tujhe Salaam. Sanatan Sangeet Sanskriti. Sanatan.in
  12. ↑ (6 January 2010). The golden boy of Indian music A R Rahman turns 44. The Times of India. Times Now
  13. ↑ A R Rahman receiving Gana Kaladhar from Sivaji Ganeshan. Bharatkalachar.com
  14. ↑ Mahavir Mahatma Awards 2005. Times Foundation
  15. ↑ Stanford University honours A R Rahman. Rediff
  16. ↑ (31 January 2007). Swaralaya Award for A.R.Rahman. দ্য হিন্দু
  17. ↑ Limca Book of records felicitates A.R. Rahman. Radioandmusic.com
  18. ↑ (2008). CNN IBN Global Indian of the year 2008 – ARRahman. CNN IBN. YouTube
  19. ↑ (18 January 2008). Rahman awarded NDTV Indian of the year. Radioandmusic.com
  20. ↑ (4 June 2008). A R Rahman Honored. Indiaglitz
  21. ↑ (2009). A R Rahman named entertainer of the year. CNN IBN. IBNLive
  22. ↑ (22 December 2009). Rahman wins CNN-IBN Indian of the Year award. CNN IBN. IBNLive
  23. ↑ (25 February 2010). NDTV awards: Amitabh, SRK, Ash icons of Indian entertainment. NDTV
  24. ↑ (13 March 2009). UK Asian Music Awards honours A R Rahman. Businessofcinema.com
  25. ↑ The 2009 TIME 100 – A.R. Rahman TIME
  26. ↑ (18 November 2010). 10th Annual MIAAC Film Festival Wraps Up with Awards Ceremony for Best Picture, Actors, and director. Indo-American Arts Council, Inc
  27. ↑ (7 October 2010). A R Rahman to receive Indira Gandhi Award. Times of India
  28. ↑ (20 March 2010). Big B, SRK honored at the Chevrolet FICCI Frames Excellence Awards. Indiaglitz
  29. ↑ (27 January 2011). AR Rahman honoured at World Economic Forum Davos meet. Daily News & Analysis
  30. ↑ (30 September 2011). A.R. Rahman at GQ India Men of the Year Awards 2011. NDTV
  31. ↑ (8 December 2011). A R Rahman gets lifetime achievement award at Dubai International Film Festival. The Economic Times
  32. ↑ (21 December 2012). AR Rahman, Sonu Niigaam, Sunidhi Chauhan emerge as 'Vuclip Icons of the Year 2012' in music. Radioandmusic.com
  33. ↑ (2010). India's A.R. Rahman strikes Grammys gold. Agence France-Presse
  34. ↑ 40th National Film Awards. Directorate of Film Festivals
  35. ↑ 44th National Film Awards. Directorate of Film Festivals
  36. ↑ 49th National Film Awards. Directorate of Film Festivals
  37. ↑ 50th National Film Awards. Directorate of Film Festivals
  38. ↑ Tamilnadu Government Announces Cinema State Awards -1999. Dinakaran
  39. ↑ 1996 State Awards. Dinakaran
  40. ↑ Madras Talkies Accolades. Madrastalkies.com

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৬০০৮৯ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।