অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লগান

লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে। লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল।

হালনাগাদ: ৪ জুলাই ২০২২ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে। লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হ'ল।

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লগান” প্ৰবন্ধৰ সংশোধন ৩২৬৩৭২ (৪ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।