অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা

এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা প্ৰতি বছৰে ডিচেম্বৰ মাহত ছিংগাপুৰ মিডিয়া ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদান কৰা হয়। এছিয়া-পেচিফিক অঞ্চলৰ ১৬খন দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত তেওঁলোকে উৎকৃষ্টতাক বাবে এই বঁটা প্ৰদান কৰি স্বীকৃতি দিয়া হয়।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৬ ৪৪১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা প্ৰতি বছৰে ডিচেম্বৰ মাহত ছিংগাপুৰ মিডিয়া ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদান কৰা হয়।১ এছিয়া-পেচিফিক অঞ্চলৰ ১৬খন দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত তেওঁলোকে উৎকৃষ্টতাক বাবে এই বঁটা প্ৰদান কৰি স্বীকৃতি দিয়া হয়।২ ২০১৮ চনৰ পৰা প্ৰদান কৰা এই বঁটাসমূহ এছিয়া মহাদেশৰ অস্কাৰ বঁটা আখ্যা দিয়া হয়।

ইতিহাস

২০১৮ চনৰ ডিচেম্বৰ মাহত ছিংগাপুৰ কেপিটেল থিয়েটাৰত উদ্বোধনী বঁটা প্ৰদান কৰা হৈছিল।৩ ২০১৯ চনত এই বঁটা ছিংগাপুৰৰ ভিক্টোৰিয়া থিয়েটাৰ (Victoria Theatre, Singapore) ত বঁটা প্ৰদান কৰা হয়।৪ বিশ্বজুৰি covid-19 প্ৰাদুৰ্ভাৱৰ বাবে ২০২০ চনৰ বঁটাসমূহ দুটা নিশাৰ ভিতৰত ‘ভাৰ্চুৱেল থিয়েটাৰ’ত অনুষ্ঠিত কৰা হৈছিল, য’ত প্ৰতিনিধিত্ব কৰা প্ৰতিটো জাতিয়ে ছিংগাপুৰত অনুষ্ঠিত হোৱা মূল অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নিজৰ নিজৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।৫৬

২০২১ চনৰ বঁটাসমূহ ছিংগাপুৰত ২ আৰু ৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হয়, ২০২১ চনৰ ৪ অক্টোবৰত ঘোষণা কৰা মনোনয়নৰ বাবে।৭ এছিয়া মহাদেশত নিৰ্মিত টিভি আৰু ষ্ট্ৰিমিং বিষয়বস্তুৰ বিজয়ীসকলক বিভিন্ন শাখাত ৩৮টা বঁটা প্ৰদান কৰা হয়।

২০২৬ চনত এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটাত নতুন Best Micro-Drama (Duanju) শাখা সংযোজন কৰা হয়, যিয়ে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দ্ৰুত বিকাশ লাভ কৰা চুটি উলম্ব নাট্য বিষয়বস্তুৰ স্বীকৃতি দিয়ে। উদ্বোধনী জুৰীৰ সদস্যসকলৰ ভিতৰত ফৰাচী প্ৰযোজক Guillaume Sanjorge-ৰ নামো প্ৰকাশ কৰা হয়।৮৯১০

পুৰস্কাৰ

প্ৰতিটো শাখাৰ বিজয়ীয়ে লাভ কৰে ‘সোণৰ দেৱী’ প্ৰতিমূৰ্তি। নিউয়ৰ্কৰ ছ’চাইটি এৱাৰ্ডছে নিৰ্মাণ কৰা ৩৬চে.মি.(১৪ ইঞ্চি) উচ্চতাৰ এই মূৰ্তি বঁটা হিচাপে প্ৰতিজন বিজেতালৈ প্ৰদান কৰা হয়।

বঁটা বিজয়ী

গ্ৰেণ্ড ফাইনেল বিজয়ী

এই চাৰ্টত ২০১৮,১১ ২০১৯,১২ ২০২০,১৩ ২০২১,১৪ ২০২২,১৫ আৰু ২০২৩ ১৬ চনৰ গ্ৰেণ্ড ফাইনেল বঁটা বিজয়ীসকলৰ তালিকা দিয়া হৈছেঃ

শ্ৰেষ্ঠ চলচ্চিত্ৰশ্ৰেষ্ঠ অনলাইন ধাৰাবাহিক
* ২০২৩ - ভোক (নেটফ্লিক্স) * ২০২২ - আছাকোছা শিশু (নেটফ্লিক্স) * ২০২০ - সন্ধিয়াৰ কুঁৱলীৰ বাগিচা (HBO Asia) * ২০১৯ - Daffodils (Libertine Pictures) * ২০১৮ - গালী বয় (Excel Entertainment and Tiger Baby)* ২০২৩ - দ্যা গ্লৰী (নেটফ্লিক্স) * ২০২২ - পচিশ একৈশ (TvN) * ২০২১ - স্বৰ্গযাত্ৰা (নেটফ্লিক্স) * ২০২০ - ক্ৰেচ লেণ্ডিং অন ইউ (TvN) * ২০১৯ - দিল্লী ক্ৰাইম (Golden Caravan Productions) * ২০১৮ - শ্ৰীমতী চাৰ্লক (Hulu)
শ্ৰেষ্ঠ তথ্যচিত্ৰশ্ৰেষ্ঠ ধাৰাবাহিক তথ্যচিত্ৰ
* ২০২৩ - The Cleaning Company (SBS) * ২০২২ - Osher Günsberg: A Matter Of Life And Death (Lune Media / SBS) * ২০২১ - Birdsville Or Bust (Mint Pictures / SBS) * ২০২০ - The Australian Dream (Passion Pictures) * ২০১৯ - The Final Quarter (Network 10 Australia) * ২০১৮ - Secret State Inside North Korea (CNN)* ২০২৩ - Nature’s Hidden Miracles: The Secret Life of Plants (NHK) * ২০২২ - Open Secrets: The Untouchable Chaebols Of South Korea (Vice Media Asia Pacific) * ২০২১ - See What You Made Me Do (SBS) Northern Pictures / Blue Ant International * ২০২০ - Revelation (ABC) In Films * ২০১৯ - Extreme China (NGC Network Asia) * ২০১৮ - The Talwars: Behind Closed Doors (HBO Asia)
শ্ৰেষ্ঠ অভিনেতাশ্ৰেষ্ঠ অভিনেত্ৰী
* ২০২৩ - Vijay Varma for Dahaad (Amazon Prime Video) * ২০২২ - Jung Hae-in for D.P. (নেটফ্লিক্স) * ২০২১ - Lee Je-hoon for Move to Heaven (নেটফ্লিক্স) * ২০২০ - Arjo Atayde for Bagman (ABS-CBN) * ২০১৯ - Oka Antara for Brata (HOOQ and Telkomsel) * ২০১৮ - Yu Hewei for The Drug Hunter (Culture Media Co. Ltd)* ২০২৩ - Rajshri Deshpande for Trial by Fire (নেটফ্লিক্স) * ২০২২ - Jodi Sta. Maria for The Broken Marriage Vow (ABS-CBN) * ২০২১ - কংকনা সেন শৰ্মা for Ajeeb Daastaans (নেটফ্লিক্স) * ২০২০ - Yeo Yann Yann for Invisible Stories (HBO / Warner Media) * ২০১৯ - শেফালী শ্বাহ for Delhi Crime (Golden Caravan Productions) * ২০১৮ - Adinia Wirasti for Critical Eleven (HOOQ)
শ্ৰেষ্ঠ সহ অভিনেতাশ্ৰেষ্ঠ সহ অভিনেত্ৰী
* ২০২৩ - Teuku Rifnu Wikana for 96 Jam (Vidio) * ২০২২ - Wu Kang-ren for Light The Night (নেটফ্লিক্স) * ২০২১ - Lee Do-hyun for Sweet Home (নেটফ্লিক্স) * ২০২০ - Miller Khan for The Bridge (Via / Double Vision) * ২০১৯ - Jamie Aditya for Grisse (HBO Pacific Partners) * ২০১৮ - Michael Kho for Kenapa Harus Bule? (Viu Indonesia)* ২০২৩ - Lim Ji-yeon for The Glory (নেটফ্লিক্স) * ২০২২ - Liou Yiin-shang for Still Me (Tzu Chi Culture And Communication Foundation) * ২০২১ - Amruta Subhash for Bombay Begums (নেটফ্লিক্স) * ২০২১ - Lina Ng for Last Madame (Mediacorp) * ২০১৯ - Pyae Pyae for The Only Mom (Brave Empire Entertainment) * ২০১৮ - Candy Yang - Roseki (Hakka TV)
শ্ৰেষ্ঠ চুটি নাটশ্ৰেষ্ঠ সাম্প্ৰতিক পৰিক্ৰমা কাৰ্যসূচী বা ধাৰাবাহিক
* ২০২৩ - Modern Love Chennai (Amazon Prime Video) * ২০২২ - Qatil Haseenaon Ke Naam (ZEE5) * ২০২১ - Kill for Love (Studio76 Original Productions) * ২০২০ - 76 Horror Bookstore (Studio76) * ২০১৯ - An Artist of the Floating World (NHK) * ২০১৮ - Maalaala Mo Kaya (ABS-CBN)* ২০২৩ - Women on the Front Line: 15% of Japan's Politicians (NHK) * ২০২২ - Ganga River From The Skies (National Geographic India) * ২০২১ - PD Note Our Twisted Heroes (South Korea) Munhwa Broadcasting Corporation * ২০২০ - Man Woman and #MeToo (Discovery Channel India) * ২০১৯ - Undercover Asia (Channel NewsAsia, Mediacorp) * ২০১৮ - India: The Last Drop (National Geographic)
শ্ৰেষ্ঠ পৰিচালক (কাহিনী)শ্ৰেষ্ঠ পৰিচালক (তথ্য চিত্ৰ)
* ২০২৩ - Itaru Mizuno for Rebooting (Nippon TV) * ২০২২ - Basil Joseph for Minnal Murali (Weekend Blockbusters / নেটফ্লিক্স) * ২০২১ - Lee Eung-bok for Sweet Home (নেটফ্লিক্স) * ২০২০ - Takumi Saitoh for Food Lore: Life In A Box (HBO / WarnerMedia) * ২০১৯ - Richie Mehta for Delhi Crime (Golden Caravan Productions) * ২০১৮ - অনুৰাগ কাশ্যপ for Sacred Games (নেটফ্লিক্স)* ২০২৩ - Chin-Yuan Ke for Sea Spray (Taiwan Public Television Service Foundation) * ২০২২ - Ziqing/Eve for Inside Maximum Security – Road To Freedom (CNA / Mediacorp) * ২০২১ - Robbie Bridgman & Steve Chao for Traffickers: Inside The Golden Triangle (Thailand) (HBO / WarnerMedia / IFA Media) * ২০২০ - Sujata Kulshreshtha for India 2050 (Discovery Channel India) * ২০১৯ - Jatuporn Athasopa for Extreme China (NGC Network Asia) * ২০১৮ - Douglas Lan for National Service (Mediacorp and Channel News Asia)
পূৰ্বৰ অনুষ্ঠানৰ বিন্যাসৰ শ্ৰেষ্ঠ অভিযোজনশ্ৰেষ্ঠ অলিখিত মনোৰঞ্জন
* ২০২৩ - Old Enough #1 (OTRD) (CNA / Mediacorp) * ২০২২ - Star Vs Food (Malaysia) (Astro) * ২০২১ - The Apprentice: ONE Championship Edition (Singapore) Refinery Media * ২০২০ - Pretty Little Liars (Viu and Cinema Collective) * ২০১৯ - Designated Survivor: 60 Days (নেটফ্লিক্স) * ২০১৮ - Life On Mars (Studio Dragon)* ২০২৩ - Physical: 100 (নেটফ্লিক্স) * ২০২২ - Eurovision – Australia Decides – Gold Coast 2022 (SBS) * ২০২১ - The Apprentice: ONE Championship Edition (Singapore) Refinery Media * ২০২০ - Man vs Wild with Bear Grylls (Discovery Channel India) * ২০১৯ - World's Got Talent (Hunan TV) * ২০১৮ - The Remix (Amazon Prime)
শ্ৰেষ্ঠ শিশু অনুষ্ঠানশ্ৰেষ্ঠ মইনা(বিদ্যালয় নোযোৱা)ৰ অনুষ্ঠান
* ২০২৩ - Mr. Midnight: Beware The Monsters (Beach House Pictures / নেটফ্লিক্স) * ২০২২ - Hello, My Name Is Dong-Ping (Hakka TV) * ২০২১ - Mystic (New Zealand) Libertine Pictures and Slim Film + TV * ২০২০ - Lamput - "The Chase" (Cartoon Network and WarnerMedia) * ২০১৯ - The Cul De Sac (Greenstone TV) * ২০১৮ - Oddbods (One Animation)* ২০২২ - Bluey (Northern Pictures and Beach House Pictures) * ২০২১ - Shimajiro: A World of WOW! Our Oceans (Japan) Benesse Corporation/ TV Setouchi * ২০২০ - Bluey (ABC Kids) * ২০১৯ - Hiccup & Sneeze (Northern Pictures and Beach House Pictures) * ২০১৮ - Tilda Appleseed (August Media)

শিতানসমূহঃ

তলৰ শিতানসমূহত এই বঁটা প্ৰদনা কৰা হয়ঃ

চলচিত্ৰ

শ্ৰেষ্ঠ চলচ্চিত্ৰ

শ্ৰেষ্ঠ নাটক ধাৰাবাহিক

শ্ৰেষ্ঠ তথ্যচিত্ৰ কাৰ্যসূচী (এটা খণ্ডৰ)

শ্ৰেষ্ঠ তথ্যচিত্ৰ ধাৰাবাহিক

শ্ৰেষ্ঠ অভিনেতা (মুখ্য চৰিত্ৰত)

শ্ৰেষ্ঠ অভিনেত্ৰী (মুখ্য চৰিত্ৰত)

শ্ৰেষ্ঠ সহ-অভিনেতা

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী

শ্ৰেষ্ঠ এটা খণ্ডৰ নাটক/টেলিচিনেমা/সংকলন

টেলিভিছন

শ্ৰেষ্ঠ সাম্প্ৰতিক পৰিক্ৰমা কাৰ্যসূচী বা ধাৰাবাহিক

শ্ৰেষ্ঠ ব্ৰেণ্ডেড প্ৰগ্ৰেম বা ছিৰিজ

শ্ৰেষ্ঠ শিশু কাৰ্যসূচী (একবাৰৰ / ধাৰাবাহিক)

শ্ৰেষ্ঠ সাধাৰণ মনোৰঞ্জন, গেম বা কুইজ প্ৰগ্ৰেম

শ্ৰেষ্ঠ তথ্য বিনোদন কাৰ্যসূচী

শ্ৰেষ্ঠ জীৱনশৈলী, মনোৰঞ্জন উপস্থাপক/আয়োজক

শ্ৰেষ্ঠ জীৱনশৈলী কাৰ্যসূচী

বাতৰি

শ্ৰেষ্ঠ বাতৰি বা সাম্প্ৰতিক পৰিস্থিতিৰ উপস্থাপক/সূত্ৰধাৰ

শ্ৰেষ্ঠ বাতৰি অনুষ্ঠান

শ্ৰেষ্ঠ একক বাতৰিৰ কাহিনী/ৰিপৰ্ট

কমেডী

কমেডী ভূমিকাত শ্ৰেষ্ঠ অভিনেতা/অভিনেত্ৰী

শ্ৰেষ্ঠ কমেডী প্ৰগ্ৰেম

কাৰিকৰী

শ্ৰেষ্ঠ পৰিচালনা (কল্পকাহিনী)

শ্ৰেষ্ঠ পৰিচালনা (অকল্পকাহিনী)

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী

শ্ৰেষ্ঠ সম্পাদনা

শ্ৰেষ্ঠ শব্দ

শ্ৰেষ্ঠ এনিমেটেড প্ৰগ্ৰেম বা ছিৰিজ (2D বা 3D)

সকলো সংবাদ মাধ্যম

শ্ৰেষ্ঠ নন স্ক্ৰীপ্টড এণ্টাৰটেইনমেণ্ট

শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য

এজন ষ্ট্ৰীমাৰ/অ'টিটিৰ দ্বাৰা শ্ৰেষ্ঠ মৌলিক প্ৰগ্ৰেম

শ্ৰেষ্ঠ প্ৰিস্কুল প্ৰগ্ৰেম

শ্ৰেষ্ঠ প্ৰমো বা ট্ৰেইলাৰ

শ্ৰেষ্ঠ চুটি আকাৰৰ বিষয়বস্তু

শ্ৰেষ্ঠ প্ৰাকৃতিক ইতিহাস বা বন্যপ্ৰাণী কাৰ্যসূচী

শ্ৰেষ্ঠ থিম গীত (বা শিৰোনাম থিম)

শ্ৰেষ্ঠ দৃশ্য বা বিশেষ এফএক্স (টিভি বা বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ)

শ্ৰেষ্ঠ কণ্ঠ শিল্পী

এটা বৰ্তমানৰ বিন্যাসৰ শ্ৰেষ্ঠ অভিযোজন

গ্ৰেণ্ড ফাইনেলত জয়ৰ সংখ্যা অনুসৰি দেশৰ তালিকা

অংশগ্ৰহণকাৰী জাতি/অঞ্চল

এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, বাংলাদেশ, কম্বোডিয়া, চীন, হংকং এছ এ আৰ, ভাৰত, ইণ্ডোনেছিয়া, জাপান, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, টাইৱান, থাইলেণ্ড আৰু ভিয়েটনামৰ কৰ্মৰাজি উদযাপন কৰা হয়।

+২০১৮২০১৯২০২০২০২১২০২২২০২৩Total
অষ্ট্ৰেলীয়া৫৪৪৩৬২২৩
বাংলাদেশ0000000
কম্বোদিয়া0000000
চীন৩৪১৩0১১২
হংকং৫১0২১১১০
ভাৰত৮৬৭৭৭৭৪২
ইণ্ডোনেচিয়া৪২১0১১৯
জাপান১২৪৪৪৭২২
মালায়েচিয়া২৩৩২২২১৪
ম্যানমাৰ0২১00১৪
নিউজিলেণ্ড১২0১১0৫
ফিলিপিনচ্২২১২১২১০
চিংগাপুৰ৯৫৯৬৮৭৪৪
দক্ষিণ কোৰিয়া৩২৪৫৫৩২২
টাইৱান২৩৩২৩১১৪
থাইলেণ্ড২১২১১২৯
ভিয়েটনাম0১0000১

পৃষ্ঠপোষক

তথ্যসূত্ৰ

  1. ↑ Singapore Media Festival
  2. ↑ Entry Information
  3. ↑ Asian Academy Creative Awards (2018). IMDb
  4. ↑ Breaking Celebrity News, Entertainment News and Celeb Gossip. E! Online
  5. ↑ Frater, Patrick. (December 4, 2020). 'Crash Landing' and 'Garden of Evening Mists' Win Asian Academy Creative Awards Gold
  6. ↑ staff, C. N. N. (7 December 2018). CNN takes home five awards at the annual Asian Academy Creative Awards. CNN
  7. ↑ Kang Jin-ah. (October 4, 2021). 넷플릭스 '스위트홈'·'무브 투 헤븐', AACA 본상 후보. Newsis
  8. ↑ (2026-03-31). ASIAN ACADEMY CREATIVE AWARDS LAUNCHES RISINGJOY BACKED MICRO-DRAMA AWARD. Asian Academy Creative Awards
  9. ↑ (2026-07-06). The Asian Academy Creative Awards launch a Duanju category. Duanju News
  10. ↑ Bostral, Ludovic. (2026-09-01). Interview d'un pionnier français du duanju. Streaming Radar
  11. ↑ (2018-12-08). 'Sacred Games,' 'Miss Sherlock' Win Asian Academy Creative Awards. Variety
  12. ↑ (2019-12-06). 'Delhi Crime' Wins Big at Asian Academy Creative Awards. Variety
  13. ↑ (2020-12-04). 'Crash Landing' and 'Garden of Evening Mists' Win Asian Academy Creative Awards Gold. Variety
  14. ↑ (2021-12-03). Asian Academy Creative Awards: Full List of Winners. Variety
  15. ↑ (2022-12-08). Asian Academy Creative Awards Unveil 2022 Winners: Netflix Scores Five Wins on Night Two. Variety
  16. ↑ (2023-12-07). 'The Glory' and 'Hunger' Win Category Honors at Asian Academy Creative Awards. Variety

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৩৯৭০ (১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।