অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আউটলুক (আলোচনী)

আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশিত হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী ভাষা আৰু হিন্দী ভাষা ভাষাত প্ৰকাশিত হয়।১২

ইতিহাস আৰু প্ৰকৃতি

আউটলুক প্ৰথমবাৰৰ বাবে প্ৰকাশ পায় ১৯৯৫ চনৰ অক্টোবৰ মাহত, বিনোদ মেহতা সম্পাদক-ইন-চীফ হিচাপে থাকোঁতে।৩ এই আলোচনীটো ৰাজন ৰাহেজা গোটৰ অন্তৰ্গত, আৰু ইয়াৰ প্ৰকাশক সংস্থা হ'ল Outlook Publishing (India) Pvt. Ltd.৪ আলোচনীখনৰ বিষয়বস্তু ৰাজনীতি, ক্ৰীড়া, চিনেমা আৰু সাধাৰণ আগ্ৰহৰ বিভিন্ন দিশক স্পৰ্শ কৰে।

২০১৮ চনৰ ডিচেম্বৰৰ ভিতৰত, আউটলুকৰ ফেচবুক অনুসৰণকাৰীৰ সংখ্যা ১২ লাখ অতিক্ৰম কৰে।

কৰ্মচাৰী

সম্পাদক

  • উজ্জ্বল কৰ্মকাৰ

মুখ্য সম্পাদক

  • বিনোদ মেহতা (১৯৯৫–২০১২)৫
  • কৃষ্ণ প্ৰসাদ (২০১২–২০১৬)
  • ৰাজেশ ৰামচন্দ্ৰন (২০১৬–২০১৮)
  • ৰিউবেন বেনাৰ্জী (২০১৮–২০২০)
  • চিংকী সিংহা (২০২১–বৰ্তমান)

মেনেজিং সম্পাদক

  • তৰুণ তেজপাল (১৯৯৫ – মাৰ্চ ২০০০)৬

উল্লেখযোগ্য অৱদানকাৰী

তথ্যসূত্ৰ

  1. ↑ India: Newspapers and Magazines Online worldpress.org. আহৰণ তাৰিখ: ৩১ মাৰ্চ ২০১৩
  2. ↑ Ghoshal, Somak. (8 March 2013). নেতা আৰু সাংবাদিকৰ বন্ধুত্ব উচিত নহয়ঃ বিনোদ মেহতা. Mint
  3. ↑ (8 March 2015). Outlook সম্পাদক বিনোদ মেহতাৰ মৃত্যু. Arab News. AP
  4. ↑ (24 February 2006). আউটলুকে নিউজউইক ভাৰতত পুনৰুদ্ধাৰ কৰিব. Business Standard
  5. ↑ (8 March 2015). প্ৰখ্যাত সাংবাদিক বিনোদ মেহতাৰ মৃত্যু. The Times of India
  6. ↑ Who's Who @ Tehelka tehelka.com. আহৰণ: ৩১ মাৰ্চ ২০১৩

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী আলোচনীহিন্দী আলোচনীভাৰতত প্ৰকাশিত আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আউটলুক (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৯৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।