অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

আহোম ভাষাত ঠাইৰ নামৰ তালিকা

আহোম ভাষাৰপৰা উৎপত্তি হোৱা ঠাইবোৰৰ নাম তলত দিয়া হৈছে:

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

টাই-আহোম ভাষাৰপৰা উৎপত্তি হোৱা ঠাইবোৰৰ নাম তলত দিয়া হৈছে:১

ক্ৰমিক নংঠাইৰ নামমূল আহোম শব্দ বা অৰ্থ
১পাটকাইপ্যাত কাই
২টিৰাপতি ৰাপ (তি মানে ঠাই, ৰাপ মানে লগলগোৱা)
৩নামৰূপনাম ৰুকৰপৰা অপভ্ৰংশ
৪টিপামতি পাম
৫টিপংতি পং
৬মাকুমমাকুম
৭টিংখঙটিঙ খাঙ
৮টুংখাঙটুঙ খাঙ
৯টিপ্লিঙটিপ্লিঙ
১০চামদাংচামদাং
১১নামদাংনামদাং
১২পাৱৈপাৱাই
১৩টিককতি কক
১৪টিংৰাইতিঙ ৰাই
১৫লিডুলিডু
১৬চেপনচেপন
১৭নামচাংনামচাং
১৮নামখুননামখুন
১৯মকক চাংমকক চাং
২০টুৱেন চাংটিৱেন চাং
২১চৰাইদেউচেৰাইডয় (চাওলুং চুকাফাই স্থাপন কৰা মুখ্য ৰাজধানী আছিল)
২২চন্তকচং তকৰ অপভ্ৰংশ
২৩টিফুকটিফুক
২৪নামফুকনামফুক
২৫চফ্ৰাইথমফ্ৰাইৰ অপভ্ৰংশ
২৬নাজিৰানাজিৰা
২৭ৰাওনাৰাওনা
২৮টিয়কটিয়ক
২৯দুকলোঙিয়াডয় ক্লঙৰ অপভ্ৰংশ
৩০খুমটাইখুমটাই
৩১কলংক্লঙৰ অপভ্ৰংশ
৩২লালুকলা ৰুকৰ অপভ্ৰংশ
৩৩টংলাটংলা
৩৪চিলাচিলা
৩৫চাংচাৰি(আহোম যুগৰ চিকিৎসালয় থকা ঠাই)
৩৬টিহুটিহু
৩৭নামনাত্তাৰিনামনাত্তাৰি
৩৮নামলাইনামলাই
৩৯নামচিকনামচিক
৪০খোৱাংখোৱাং
৪১লেঙেৰীলেঞৰি (লেঞ মানে খেদি যোৱা, ৰি মানে আগভেটি বাদানুবাদ কৰা)
৪২পেঙেৰীপেঞেৰি (পেঞ মানে হাত সৰা, ৰি মানে আগভেটি বিবাদ কৰা)
৪৩লেংৰাই(লেং মানে এক, ৰাই মানে ওখ ঠাই)

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, বি.; দেওধাই ফুকন, এন.এন. (১৯৬৪). Ahom lexicon based on original Tai Manuscripts. Department of Historical and antiquarian studies in Assam Gauhati

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম ভাষাঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোম ভাষাত ঠাইৰ নামৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৮৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।